• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাক-সন্ত্ৰাসবাদী আৰু তালিবান সেনাৰ বিৰুদ্ধে আফগান সীমান্তত পাকিস্তান সেনাৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 2:24 pm
85
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ সীমান্তৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত পাকিস্তান সেনা আৰু সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া বাহিনীয়ে তেহৰিক–ই–তালিবান পাকিস্তান (টিটিপি) গোটৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ কৰিছে। উত্তৰ ৱাজিৰস্তান জিলাত দুই পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৬ জন টিটিপি বিদ্ৰোহী নিহত হোৱা বুলি পাকিস্তান সেনাই সদৰী কৰিছে।

পাকিস্তান সেনাৰ তথ্য অনুসৰি চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই টিটিপিৰ বহু অস্ত্ৰ–শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে উত্তৰ ৱাজিৰস্তানৰ মিৰ আলী অঞ্চলতো একেধৰণৰ অভিযান চলোৱা হৈছিল।

উল্লেখ্য যে পাকিস্তান চৰকাৰৰ সৈতে শান্তি আলোচনা বিফল হোৱাৰ পিছত নৱেম্বৰ মাহত টিটিপিয়ে ইছলামবাগৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। বিদ্ৰোহী গোটটোৱে অভিযোগ কৰে যে পাকিস্তানী সেনাই যুদ্ধবিৰতি ভংগ কৰি গোপন অভিযান আৰম্ভ কৰি খাইবাৰ পখতুনখোৱা প্ৰদেশত অশান্তিৰ সৃষ্টি কৰিছে।

ডিচেম্বৰ মাহত পাকিস্তান সেনাই বান্নু জিলাৰ টিটিপিৰ মূল ঘাটি দখল কৰিছিল। তেতিয়াৰ পৰাই দুয়োপক্ষৰ মাজত বিক্ষিপ্ত যুঁজ চলি আহিছে। আনকি, আফগানিস্তানৰ তালিবান বাহিনীৰ সৈতে সীমা সংঘাততো জড়িত হৈ আছে পাকিস্তান সেনা।

আমেৰিকাত ড্ৰ’ন আক্ৰমণত নিহত হোৱা দুধৰ্ষ সন্ত্ৰাসবাদী নেতা বৈতুল্লাহ মেহছুদে প্ৰতিষ্ঠা কৰা টিটিপি গোটটো সদায় পাকিস্তান চৰকাৰৰ বিৰোধী। ২০১৪ চনত পেছাৱৰৰ এখন বিদ্যালয়ত টিটিপিয়ে আক্ৰমণ চলাই শ শ ছাত্ৰ–ছাত্ৰীক হত্যা কৰিছিল। ২০০৯ চনত পাকিস্তান সেনাই টিটিপিৰ বিৰুদ্ধে ‘অপাৰেচন ৰাহ–ই–নিজাত’ চলাইছিল। পাকিস্তানৰ ইতিহাসত এতিয়ালৈকে হোৱা সন্ত্ৰাসবাদ বিৰোধীৰ ভিতৰত এই অভিযান আছিল সৰ্ববৃহৎ।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd