• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃ স্নেহঃ প্ৰতি নিশা চিকিৎসালয়ৰ দেৱাল বগাই কোভিড আক্ৰান্ত মাতৃক নয়ন জুৰাই চাইছিল যুৱকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 4:04 pm
thumb_e488
16k
VIEWS
Share on FacebookShare on Twitter

বিচনা খন শূন্য হৈ পৰি ৰৈছে।

বয়-বস্তুৰে ভৰি থকাৰ পিছতো কোঠাটো প্ৰাণহীন হৈ পৰি ৰৈছে।

এই কোঠাটোতেই পেলেষ্টাইনৰ জিহাদ অল ছুৱাইটি নামৰ ৩০ বছৰীয়া যুৱক জনৰ মাতৃয়ে বাস কৰিছিল।

মাতৃ-পুত্ৰৰ মৰমেৰে জীপাল হৈ আছিল কোঠাটোৰ পৰিবেশ।

কিন্তু এদিন হঠাতে যুৱক জনৰ সেই সুখ যন্ত্ৰণালৈ পৰ্যবসিত হ’ল। কাল ভাইৰাছ ক’ৰ’ণাত আক্ৰান্ত হ’ল যুৱক জনৰ মাতৃ ৰেশমী ছুৱাইটি।

পেলেষ্টাইনৰ ৱেইট আৰা চহৰত থকা সেই সৰু কোঠাটোৰ পৰা যুৱক জনৰ মাতৃ ৰেশমী ছুৱাইটিক লৈ যোৱা হ’ল হেব্ৰনৰ ষ্টেট হস্পিতাললৈ।

কেবা মহলীয়া হস্পিতালখনৰ ওপৰ মহলাৰ কোঠা এটাত ৰখা হ’ল মহিলা গৰাকীক।

ৱেইট আৰাত মহিলা গৰাকীয়ে বাস কৰা কোঠাটো শূন্য হৈ ৰ’ল।

মাতৃক এপলকো চকুৰ আঁৰ হবলৈ নিদিয়া যুৱক জনেও মাকৰ সৈতে হস্পিতাললৈ যাব বিচাৰিছিল।

কিন্তু অনুমতি নাপালে। সেয়ে প্ৰতি নিশা তেওঁ হস্পিতাললৈ যায় আৰু মাতৃক ৰখা সুউচ্চ অট্টালিকাৰ সেই বিশেষ কোঠাটোৰ খিৰিকীৰ কাষত উপস্থিত হয় দেৱাল বগাই।

খিৰিকীৰেই তেওঁ প্ৰাণৰ মাতৃক নয়ন জুৰাই চায় আৰু এটা সময়ত তললৈ নামি আহে।

প্ৰতি নিশা দেৱাল বগাই কোভিড আক্ৰান্ত মাতৃক চোৱাটো যুৱক জনৰ বাবে ৰুটিনৰ ভিতৰৰ কাম হৈ পৰিল।

সিদিনা ৭৩ বছৰীয়া ৰেশমী ছুৱাইটিৰ অৱস্থা অতি সংকটজনক।

চকু খিৰিকীত,পুত্ৰ বা কেতিয়া আহে।

এটা সময়ত দেৱাল বগাই খিৰিকী মুখত হাজিৰ হ’ল পুত্ৰ জিহাদ অল ছুৱাইটি। ক্ষন্তেকৰ বাবে মাতৃ-পুত্ৰৰ চাৰি চকুৰ মিলন,তাৰ পিছত সকলো শেষ।

পুত্ৰক অকলশৰীয়া কৰি মাতৃ ৰেশমী ছুৱাইটি গুচি গ’ল অজান দেশলৈ।

জিহাদ অল ছুৱাইটিৰ মাতৃ ভক্তিৰ কাহিনী বিয়পি পৰিল পেলেষ্টাইনত,সমগ্ৰ বিশ্বত।

ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ ছাফাই টুইটাৰৰ জৰিয়তে বিশ্বত বিয়পাই দিলে জিহাদ অল ছুৱাইটিৰ মাতৃ ভক্তিৰ কথা ।

ছেল্যুট জিহাদ অল ছুৱাইটি।

Recent News

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd