• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Mahima Chaudhry স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত মহিমা চৌধুৰী; ছবি শ্বেয়াৰ কৰি অনুপম খেৰে জনালে আন বহু কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2022 3:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী।  শ্বাহৰুখ খানৰ ছবি ‘পৰদেশ’ৰ কথা মনলৈ আহিলেই দৰ্শকৰ চকুত ভাহি উঠে অভিনেত্ৰীগৰাকীৰ সেই হাঁহিভৰা মুখখন। অভিনেত্ৰীগৰাকীয়ে যোৱা কেইবছৰমান ধৰি বলীউডৰ পৰা আঁতৰি আছে। বৰ্তমান তেওঁ কৰ্কট ৰোগৰ দৰে এক মাৰাত্মক ৰোগৰ সৈতে যুঁজি আছে।

অভিনেতা অনুপম খেৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি মহিমাৰ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ সদৰি কৰিছে।

মহিমা চৌধুৰীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুপম খেৰে লিখিছে, “মই এমাহ আগতে মহিমা চৌধুৰীক ফোন কৰিছিলো। মই তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত আছিলো। মই তেওঁৰ সৈতে এখন চিনেমাৰ বিষয়ে আলোচনা কৰিব লগা আছিল। কথা পতাৰ মাজতে মই গম পালোঁ যে তেওঁ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত। তেওঁৰ জীৱন প্ৰণালী আৰু মানসিকতাই সমগ্ৰ বিশ্বৰ মহিলাসকলক জীয়াই থাকিবলৈ এক নতুন অনুপ্ৰেৰণা দিব পাৰে। তেওঁ বিচাৰিছিল যে মই তেওঁৰ এই যাত্ৰা সকলোৰে সন্মুখত দাঙি ধৰো। মানুহৰ আগত এয়া উন্মোচিত কৰাৰ ক্ষেত্ৰত মই যাতে ইয়াৰ অংশ হ’ব পাৰো। তেওঁ যদিও মোক প্ৰশংসা কৰে, মই ক’ব বিচাৰো যে ‘মহিমা তুমি মোৰ নায়ক’। বন্ধুসকল, অন্তৰেৰে তেওঁৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰক। এতিয়া তেওঁ বহুখিনি ভাল পাইছে। পুনৰ উৰিবলৈ সাজু। সেই সকল প্ৰযোজক/পৰিচালক আছে! তেওঁৰ প্ৰতিভাক লৈ কাম কৰাৰ সুযোগ আছে আপোনালোকৰ!’’

ভিডিঅ’টোত মহিমাই কয় যে যেতিয়া তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, অনুপম খেৰে তেওঁক ফোন কৰিছিল আৰু অভিনেতাজনৰ ছবিখনত কাম কৰিবলৈ মাতিছিল। তেওঁ কৈছিল যে তেওঁ ৱেব শ্ব’ আৰু চলচ্চিত্ৰত অভিনয় কৰিবলৈ ফোন পাইছিল। কিন্তু তেওঁ সন্মতি দিব নোৱাৰিলে কাৰণ তেওঁৰ চুলি নাই। পিছত আৱেগিক হৈ পৰিছিল আৰু অনুপমক সুধিছিল যে তেওঁ তেওঁৰ চলচ্চিত্ৰখনত নকল চুলি লগাই অভিনয় কৰিব পাৰিবনে।

তেওঁ লগতে কৈছিল, “মোৰ কৰ্কট ৰোগৰ কোনো লক্ষণ নাছিল। এইটো মোৰ নিয়মীয়া পৰীক্ষাৰ সময়ত পৰা ধৰা পৰিছিল।‘’ভিডিঅ’টোত মহিমাই হাঁহি থকা দেখা গৈছে। ভিডিঅ’টো অভিনেত্ৰীগৰাকীৰ কৰ্কট ৰোগত আক্ৰান্তৰ সময়ৰ।

 

 

View this post on Instagram

 

A post shared by Anupam Kher (@anupampkher)

উল্লেখ্য যে মহিমা চৌধুৰীয়ে পৰদেশৰ উপৰিও ধড়কন, ওম জয় জগদীশৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ২০১৬ চনত ‘ডাৰ্ক চকলেট’ত দেখা গৈছিল। ডাঙৰ পৰ্দাৰ উপৰিও তেওঁ টিভিতো কাম কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd