• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

১০ লাখ শিক্ষকৰ পদ খালী, নতুন নিযুক্তিও বন্ধ! শিক্ষা ব্যৱস্থাক লৈ কেন্দ্ৰক সমালোচনা সংসদীয় সমিতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 9:04 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে খালী হৈ আছে প্ৰায় ১০ লাখ শিক্ষকৰ পদ। ইয়াৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহো অন্তৰ্ভুক্ত। দেশৰ শিক্ষাৰ ছবিখনক উজ্জ্বল কৰি তোলাৰ সমান্তৰালকৈ সংসদৰ শিক্ষা, মহিলা, শিশু, ক্ৰীড়া আৰু যুৱ কল্যাণৰ স্থায়ী সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰি তুলিছে।

কমিটীৰ অধ্যক্ষ কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে কেন্দ্ৰক প্ৰতিবেদনত সকীয়াই দিছে যে অস্থায়ী শিক্ষক নিযুক্তি এতিয়া বন্ধ কৰি স্থায়ী নিযুক্তি দিব লাগে। কমিটীৰ সদস্য সাংসদ বিকাশ ভট্টাচাৰ্যই কয় যে কেন্দ্রীয় চৰকাৰে শিক্ষা ব্যৱস্থাক অচল কৰি তুলিব বিচাৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী হ’লে ধনীসকলেহে পঢ়া-শুনা কৰিব পাৰিব। সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে লৰালৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই শিক্ষা নীতিয়ে দেশৰ পিছপৰা, দৰিদ্ৰ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলক আৰু অধিক পিছুৱাই নিব বুলি সমিতিখনে স্পষ্ট কৰি দিয়ে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নতুন শিক্ষা নীতিক আৰু বহু ভাগত বিভক্ত কৰা হৈছে। কিন্তু ইয়াৰ সুফল ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই। গতিকে এনচিইআৰটিৰ পাঠ্যক্ৰমত এক ব্যাপক সংস্কাৰৰ প্ৰয়োজন। লগতে স্নাতক বি এড কাৰ্যসূচীয়ে যোৱা তিনিটা দশক ধৰি প্ৰাথমিক পৰ্যায়ত শিক্ষক উৎপাদনৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰটোৰ বৰ্তমানৰ শিক্ষা নীতিয়ে সেই ব্যৱস্থা ভংগ কৰিবলৈ চেষ্টা কৰিছে। কোৱা হয় যে ১৯৯৯ চনৰ পৰা এনচিইআৰটিয়ে শিক্ষক নিযুক্তি দিয়া নাই।ফলত শিক্ষক পদত এই বিশাল শূন্যতাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়াত লিখিছে যে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত কৌশল খেলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

September 6, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd