• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভ্যাসৰ দোষ! বিমানৰ শৌচালয়ত ধূমপান কৰি গ্ৰেপ্তাৰ যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 8:08 pm
Passenger arrested for smoking on flight
125
VIEWS
Share on FacebookShare on Twitter

দেশত চলন্ত বিমানত সংঘটিত নিত্য নতুন খবৰে শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা। গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী ইণ্ডিগ’ৰ এখন বিমানৰ শৌচালয়ত ধূমপান কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী যাত্ৰী।

ধৃত ব্যক্তিগৰাকীক শেহাৰী চৌধুৰী বুলি চিনাক্ত কৰা। যাত্ৰীগৰাকীক শুক্ৰবাৰে বেংগালুৰুৰ কেম্পে গৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰকাশিত বাতৰি অনুসৰি, তেওঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 6E 716 ইণ্ডিগো বিমানেৰে বেংগালুৰুলৈ যাত্ৰা কৰাৰ অসময়ত এই কাৰ্য কৰিছিল।

অভিযুক্ত যাত্ৰীগৰাকীয়ে চলন্ত অৱস্থাতে মাজ আকাশত বিমানৰ শৌচাগাৰত ধূমপান কৰিছিল। এনে কাৰ্যৰ দ্বাৰা বিমানৰ আন যাত্ৰীসকলৰ সুৰক্ষালৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উঠিছিল যাত্ৰীগৰাকীৰ বিৰুদ্ধে।

বিমানখনৰ কৰ্মচাৰীসকলে শৌচাগাৰত চিগাৰেটৰ গোন্ধ অনুভৱ কৰি কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে। ইৰ পিছতে বেংগালুৰু বিমানবন্দৰত অৱতৰণৰ লগে লগে তেওঁক জিম্মাত লোৱা হৈছিল।

উল্লেখ্য যে, চলিত মাহৰ প্ৰথম সপ্তাহতো এগৰাকী ২৪ বৰ্ষীয় যুৱতীও কলকাতাৰ পৰা যাত্ৰাৰ সময়ত ইণ্ডিগ’ৰ এখন বিমানৰ শৌচাগাৰত ধূমপান কৰি ধৰা পৰিছিল।

বিমানখন বাংগালুৰুত অৱতৰণ কৰাৰ পিছতে অভিযুক্ত যুৱতীগৰাকী গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে পিছত জামিনত মুক্তি লাভ কৰিছিল যুৱতীগৰাকীয়ে।

Recent News

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd