• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বিলঙত ক’ৰ’নাৰ আতংকত হাস্পতালৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে এজন ৰোগীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 2:47 pm
download-6
9.8k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অপ্ৰতিৰোধ্য গতিত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটাৰ ফলত দেশৰ লগতে উত্তৰ পূৱৰ জনগণৰ মাজতো ক’ৰ’নাতংকই দিছে।

তেনে এক সময়তে ক’ৰ’নাতংকত মেঘালয়ৰ ৰাজধানী শ্বিলঙত এজন ৰোগীয়ে আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে।

ঘটনা বিৱৰণী অনুসৰি আজি মঙলবাৰে পুৱা হাস্পতালত চিকিৎসাধীন হৈ থকা এজন ২৬ বছৰীয়া যুৱকে খিৰিকীৰে জঁপিয়াই আত্মহত্যা কৰে।

আত্মহত্যা কৰা যুৱকজনৰ ঘৰ ছাউথ ৱেষ্ট খাছি হিলছ জিলাৰ মাউকেৰ্ৱাটত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা সোমবাৰে উক্ত চিকিৎসালয়খলনতে এজন জ্যেষ্ঠ চিকিৎসক কোভিড১৯ত আক্ৰান্ত হৈছে বুলি মেঘালয়ৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছিল।

ইতিমধ্যে ইষ্ট খাছি জিলা প্ৰশাসনে মঙলবাৰৰ পুৱাৰ পৰা ৪৮ ঘণ্টালৈ জিলাখনত সান্ধ্য আইন জাৰি কৰিছে।

Tags: COVID-19

Recent News

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd