• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবিশ্বাস্য Video! মগজুৰ অস্ত্ৰোপচাৰ চলি থাকোতে ভায়’লিন বাদন বৃটিশ্ব মহিলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2020 8:48 pm
Patient plays violin while surgeons remove brain tumour in London's King's College Hospital

অস্ত্ৰোপচাৰৰ ছবি। সৌজন্য-- King's College NHS

838
VIEWS
Share on FacebookShare on Twitter

ডেগমাৰ টাৰ্নাৰ নামৰ বৃটিশ্ব মহিলা এগৰাকীয়ে মগজুৰ জটিল অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে ভায়’লিন বজাই থকাৰ এক ভিডিঅ’ বিশ্বজুৰি ভাইৰেল হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, অবিশ্বাস্য এই ঘটনা ঘটিছে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰা কিংছ কলেজ হস্পিটেলৰ নিউৰ’চাৰ্জনৰ পৰামৰ্শমতে।

কনছাল্টেণ্ট নিউৰ’চাৰ্জন অধ্যাপক কিয়’উমাৰ এশ্বকানে মহিলাগৰাকীৰ মগজুক বচাই ৰখাৰ বাবে টিউমাৰ ৰিমুভেল চাৰ্জাৰিটোৰ পৰিকল্পনাৰ অংশৰূপেই এই দিহা দিছিল।

অস্ত্ৰোপচাৰটো হৈছিল মহিলাগৰাকীৰ মগজুৰ সোঁফালে তাৰ কাষৰ পৰাই তেওঁৰ বাওঁহাতৰ চালচলন পৰিচালিত হয়।

মহিলাগৰাকীৰ ৪০ বছৰীয়া নিচাটো বচাই ৰখাৰ বাবে এশ্বকানে পৰিকল্পনা কৰিলে— তেওঁলোকে তেওঁৰ মগজুটোৰ জোখ ল’ব, লাওখোলাটো মুকলি কৰিব আৰু টিউমাৰটো আঁতৰ কৰা অৱস্থাত তেওঁক ভায়’লিন বজাই থাকিবলৈ দিব।

পৰিকল্পনামতেই কাম। মহিলাগৰাকীয়ে ভায়’লিন বজাই থাকোতেই চিকিৎসকসকলে টিউমাৰটোৰ ৯০ শতাংশ আঁতৰ কৰিলে।

অধ্যাপক এশ্বকানৰ বাবেও অস্ত্ৰোপচাৰটো আছিল নতুন অভিজ্ঞতা। মহিলাগৰাকীয়েও সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকসকলক ধন্যবাদ দিছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd