• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে শিলভৰ্তি তিনিখন ডাম্পাৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 11, 2019 3:17 pm
People angry with the bad road condition at Samaguri

চামগুৰিত ক্ষূব্ধ ৰাইজ জব্দ কৰা শিলভৰ্তি ডাম্পাৰকেইখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্মৰ বাবে অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। একাংশ ডাম্পাৰে বন বিভাগে নিৰ্ধাৰণ কৰি দিয়া ওজনতকৈ অতিমাত্ৰা হাৰত শিল কঢ়িয়াই চামগুৰিৰ উদমাৰী, ন’নৈ চাহ বাগিছা, কঠালগুৰি আদি অঞ্চলত নিতৌ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

মঙলবাৰে ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ একাংশ ৰাইজে চামগুৰিৰ ন’নৈত তিনিখনকৈ অতিমাত্ৰা শিল কঢ়িওৱা দহচকীয়া ডাম্পাৰ আবদ্ধ কৰি থয়।

চামগুৰিত দীৰ্ঘদিন ধৰি অতিমাত্ৰা শিল কঢ়িওৱা ডাম্পাৰে ন’নৈ চাহ বাগিছাৰ উদমাৰীহৈ কঠালগুৰি পৰ্য্যন্ত মূল পথছোৱা বিধ্বস্ত কৰি তোলাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে ‘জনৈক গান্ধী’ নামৰ এটা শিলৰ কুৱেৰীৰ তিনিখনকৈ শিলভৰ্তি ডাম্পাৰ জব্দ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, স্থানীয় ৰাইজে ‘জনৈক গান্ধী’ কুৱেৰী কৰ্তৃপক্ষক পথৰ দুৰৱস্থা সন্দৰ্ভত বাৰম্বাৰ অপত্তি দৰ্শাই অহাৰ পাছতো ৰাইজৰ কথাত কুৱেৰী কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰি এনেধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়  বুলি কয় স্থানীয় প্ৰতিবাদী ৰাইজে।

তদুপৰি, স্থানীয় ৰাইজে ডাম্পাৰ সমূহে ১৫ চি. এম পৰিমাণৰ শিলৰ চালানলৈ ২২ ৰ পৰা ২৫ চি. এম পৰিমাণৰ শিল বন বিভাগৰ চকুৰ সন্মুখেৰে কঢ়িওৱাৰ ফলতেই পথটোৰ এনে দুৰৱস্থা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কুৱেৰী কৰ্তৃপক্ষই পথৰ দুৰাৱস্থাৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰা পৰ্য্যন্ত ডাম্পাৰসমূহৰ অবাধ যাতায়ত ননৈৰ পৰা উদমাৰীহৈ কঠালগুৰিলৈ নিষিদ্ধ কৰিছে ক্ষুব্ধ ৰাইজে।

শিলভৰ্তি ডাম্পাৰ চালকৰ দৌৰাত্ম চামগুৰি অঞ্চলত নতুন কথা নহয়। কেইবাটাও ডাঙৰ বনিক গোষ্ঠীৰ দৌৰাত্মৰ বাবে চামগুৰি অঞ্চলৰ বিভিন্ন পান্তৰ  কেইবাটাও গড়কাপ্তানী পথৰ অৱস্থা সংকতজনক হৈ পৰিছে। ইমানৰ পাছতো বন বিভাগ আৰু জিলা প্ৰশাসনে কুৱেৰীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিমাত হৈ থকা কথাটোৱে স্থানীয় ৰাইজক আচৰিত কৰি তুলিছে।

 

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd