• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তাজৱ! প্ৰধানমন্ত্ৰী মোডীৰ শৈক্ষিক অহৰ্তাৰ তথ্য বিচাৰি ন্যায়ালয়ৰ দ্বাৰা দণ্ডিত কেজৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 9:01 pm
179
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অহৰ্তাৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মুখ্যমন্ত্ৰী কেজৰিৱালে শনিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাৰ বিষয়ে জনাৰ অধিকাৰ থকা লোকসকল গুজৰাট উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত ‘হতভম্ব’ হৈছে।

উল্লেখ্য যে শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তথ্য আয়োগৰ ২০১৬ চনৰ এক নিৰ্দেশ বাতিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ২০১৬ চনত গুজৰাট বিশ্ববিদ্যালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক ডিগ্ৰী সম্পৰ্কীয় তথ্য বিচাৰি আবেদন কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অহৰ্তা সম্পৰ্কে তথ্য বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল ন্যায়ালয়ৰ ৰোষতহে পৰিছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱে মুখ্যমন্ত্ৰী কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে এই ধনৰাশি চাৰি সপ্তাহৰ ভিতৰত গুজৰাট ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণত জমা দিবলৈ নিৰ্দেশ দিছে।

এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে বিষয়টো সন্দৰ্ভত কয় যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত সমগ্ৰ দেশ স্তম্ভিত হৈছে কাৰণ গণতন্ত্ৰত তথ্য বিচৰা আৰু প্ৰশ্ন কৰাৰ স্বাধীনতা থাকিব লাগে। তেওঁ অভিযোগ কৰে যে, উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অহৰ্তাক লৈ সৃষ্টি হোৱা সন্দেহক অধিক ঘণীভূতহে কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে যদি গুজৰাট বিশ্ববিদ্যালয় বা দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলেহেঁতেন তেন্তে এই তথ্য লুকুৱাই ৰখাৰ পৰিৱৰ্তে তেওঁ ইয়াক ৰাজহুৱা কৰি সকলোৰে সৈতে উদযাপন কৰিলেহেঁতেন। যদি প্ৰধানমন্ত্ৰী মোডীৰ বৈধ ডিগ্ৰী আছে তেন্তে গুজৰাট বিশ্ববিদ্যালয়ে কিয় দেখুৱাব পৰা নাই বুলিও তেওঁ কৰে কেজৰিৱালে।

কেজৰিৱালে কয় যে গুজৰাট বিশ্ববিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতাৰ তথ্য নিদিয়াৰ দুটা কাৰণ থাকিব পাৰে- সেয়া মোডীৰ অহংকাৰ অথবা তেওঁৰ ডিগ্ৰী ভুৱা হ’ব পাৰে।

অৱশ্যে তেওঁ লগতে কয় যে দেশত যথেষ্ট দৰিদ্ৰতা থকাৰ বাবে নিৰক্ষৰ হোৱাটো ‘অপৰাধ বা পাপ’ নহয়। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে আমাৰ বহুতেই আনুষ্ঠানিক শিক্ষাও লাভ কৰিব পৰা অৱস্থাতো নাই।’

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd