• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাস্পাতলৰ পৰা মাস্ক চোৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ফাৰ্মাচিষ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2020 6:21 pm

1 min read

200306090751-dealmed-face-mask-exlarge-169

প্ৰতিনিধিত্বমূলক ফটো।

5.7k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বতে কৰোনাভাইৰাছৰ আতংকই ছানি ধৰাৰ মাজতে ভাৰততো এই ভাইৰাছৰ আতংক বিয়পি পৰিছে। ইয়াক প্ৰতিৰোধৰ বাবে লোকে মাস্ক পৰিধান কৰাৰ উপৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে পুনেৰ এখন প্ৰসিদ্ধ হাস্পাতলৰ এজন ফাৰ্মাচিষ্টক মাস্ক, দৰৱ, ইনজেকশ্যনসহ ৩৫,০০০টকাৰ মেডিকেল সামগ্ৰী চোৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে কৰোনাভাইৰাছৰ আতংকৰ বাবে বৰ্তমান মাস্কসমূহ মহঙা হৈ পৰিছে।

পুনেৰ প্ৰসিদ্ধ হাস্পাতলখনত কৰ্মৰত সুযশ পণ্ডাৰে (২৮) নামৰ ফাৰ্মাচিষ্টজনক চিচিটিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়।

পণ্ডাৰেৰ জিম্মাৰ পৰা জব্দ কৰা মেডিকেল সামগ্ৰীসমূহৰ ভিতৰত ১,২৫৩ টকাৰ মাস্ক, ৯,৫৯৭ টকাৰ ইনজেকশ্যন, ১,৭৫০ টকাৰ সামগ্ৰী, ২৩,১১০ টকাৰ আগমেন্টিন 625 mg টেবলেট, কেলছিয়াম টেবলেট, কিডনী ৰোগৰ ডায়েলেছিছৰ সময়ত ব্যৱহাৰ হোৱা Renecar টেবলেট আৰু এন্টাছিড কেপছ্যুল আছিল।

চিচিটিভি ফুটেজত ধৰা পৰা অনুসৰি সুযশে এন্ধাৰৰ সুযোগ লৈ এই সামগ্ৰীখিনি চোৰ কৰিছিল।

হাস্পাতাল প্ৰশাসনে লগে লগেই কাৰেগাঁও আৰক্ষী থানাত এফ আই আৰ দাখিল কৰে। সুযশক ভাৰতীয় দণ্ডবিধিৰ ৩৮১ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

সুযশ পণ্ডাৰে এজন ডিগ্ৰিধাৰী ফাৰ্মাচিষ্ট আৰু বিগত ৪বছৰ ধৰি হাস্পাতলখনৰ মেডিকেল ষ্টোৰ্ছত কাম কৰি আছিল।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd