• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই কোটিৰ স্বপ্নৰ সলিল সমাধি! এইবাৰ ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2022 12:14 pm
mission mode
168
VIEWS
Share on FacebookShare on Twitter

২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সময়ত নিজৰ চমকপ্ৰদ বাকপটুতাৰ বলেৰে দেশৰ জনসাধাৰণক আকৃষ্ট কৰি তুলিছিল মোদীয়ে। দেশত বৰ্দ্ধিত নিবনুৱা সমস্যাৰ সমাপ্তিৰ বাবে সপোনৰ ধাৰা বোৱাই বছৰি ২ কোটি নিবনুৱাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে।

পিছে মোদীৰ এই প্ৰতিশ্ৰুতি বাস্তৱত সৈ পৰিল অসাৰ। মোদীৰ দুয়োটা কাৰ্যকাল মিলাই দেশত নিবনুৱা সমস্যা অধিক ৰূপতহে ব্যাপ্ত হৈ উঠিল। দেশত বিগত সময়চোৱাত নতুন নিযুক্তিৰ পৰিৱৰ্তে সংস্থাপন হেৰুওৱা লোকৰ সংখ্যাহে অধিক হ’ল।

এইবাৰ ২ কোটি নিযুক্তিৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত তুলি নতুনকৈ অহা ১.৫ বছৰত ১০ লাখ নিযুক্তিৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মোদীয়ে বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ক অহা ডেৰ বছৰৰ ভিতৰত ১০ লাখ লোকক “মিছন মোড”ত নিযুক্তি দিবলৈ নিৰ্দেশ দিছে।

সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ত মানৱ সম্পদৰ স্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত মোদীয়ে এই নিৰ্দশনা প্ৰদান কৰিছে বুলি পি এম অ’- এ উল্লেখ কৰিছে।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিভাগ আৰু মন্ত্ৰালয়ত মানৱ সম্পদৰ স্থিতি পৰ্যালোচনা কৰে আৰু নিৰ্দেশ দিয়ে যে অহা ১.৫ বছৰত চৰকাৰে মিছন মোডত ১০ লাখ লোকৰ নিযুক্তি দিব।” পিএমঅ’য়ে এক টুইটযোগে কয়।

নিবনুৱা সমস্যাক কেন্দ্ৰ কৰি সততে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে মোদী চৰকাৰ। এনে অৱস্থাত চৰকাৰৰ এই নতুন প্ৰতিশ্ৰুতি কাৰ্যত: ফলৱৰ্তী হ’বনে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd