• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসঙ্গ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: আজি সন্ধিয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2022 5:40 pm
India on Russia-Ukraine crisis
1.8k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি পুৱা ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে যুদ্ধৰ ভয়াৱহতা তথা ই সৃষ্টি কৰিব পৰা প্ৰভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আলোচনাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকলৰ সৈতে মিলিত হ’ব।

বৈঠকত মূলতঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৰ্থনৈতিক প্ৰভাৱ আৰু খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ প্ৰভাৱ হ্ৰাস কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ’ব বুলি এক চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ভাৰতে যুদ্ধৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়া আৰু ইউক্ৰেইনক তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে আহ্বান জনাইছে।

দুয়োখন দেশৰ মাজত বিবাদ নিষ্পত্তি নহ’লে সমগ্ৰ অঞ্চলটোক গুৰুতৰভাৱে অস্থিৰ কৰি তুলিব পৰা এক গভীৰ সংকটৰ সৃষ্টি হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ভাৰতে।

আনহাতে যুদ্ধৰ বিভীষিকাৰ মাজত সোমাই পৰা ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিক সকলক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিন্তা-চৰ্চা চলাইছে ভাৰতে।

উল্লেখ্য যে আজি দুপৰীয়া ইউক্ৰেইনৰ আকাশীপথ বন্ধ থকাৰ বাবে ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ যোৱা ভাৰতৰ এখন বিশেষ বিমান ঘূৰি আহিবলগীয়া হৈছিল।

অৱশ্যে আজি পুৱাই শিক্ষাৰ্থীসহ ১৮২ জন ভাৰতীয় নাগৰিকক ইউক্ৰেইনৰ পৰা কঢ়িয়াই অনা এখন বিমান ভাৰতত উপস্থিত হৈছিল।

২২ ফেব্ৰুৱাৰীতো এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে প্ৰায় ২৪০ জন ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিছিল।

Recent News

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd