• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহি আছে 5G: ১ অক্টোবৰত দেশত মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2022 6:11 pm
5G services in India
149
VIEWS
Share on FacebookShare on Twitter

ভাৰতত শীঘ্ৰেই মুকলি হ’ব 5G ইণ্টাৰনেট সেৱা। অহা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানস্থিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত 5G সেৱা আৰম্ভ কৰিব।

ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে আজি এক টুইট যোগে এই কথা সদৰী কৰিছে।

ভাৰতৰ ডিজিটেল সংযোগ ব্যৱস্থাক এক নতুন শিখৰলৈ নিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল টেকন’লজি ফ’ৰাম ইণ্ডিয়া ম’বাইল কংগ্ৰেছত 5G সেৱা আৰম্ভ কৰিব বুলি ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে উল্লেখ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী, ভাৰতী এয়াৰটেলৰ সুনীল মিট্টাল আৰু ভ’ডাফোন-আইডিয়া ইণ্ডিয়াৰ মুৰব্বী ৰবীন্দ্ৰ তক্কৰে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকিব।

দিল্লী আৰু মুম্বাইকে ধৰি দেশৰ সাতখন চহৰত ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভি ভ’ডাফোন-আইডিয়াৰ দ্বাৰা 5G সেৱাৰ শুভাৰম্ভ কৰা হ’ব।

বৰ্তমান প্ৰচলন হৈ থকা 4G সেৱাৰ ৬০ Mbps গতিৰ তুলনাত 5G সেৱাত ১০০ Mbps গতি উপলব্ধ হ’ব।

Recent News

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

জম্মু-কাশ্মীৰলৈ পুনৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা! উচ্চতম ন্যায়ালয়ত আবেদন চলিত সপ্তাহতে হ’ব শুনানি

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd