• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ সময়ত জনসাধাৰণলৈ প্ৰধান মন্ত্ৰী মোদীৰ ৭টা পদক্ষেপ গ্ৰহণৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2020 12:46 pm
index 3

দেশবাসীলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহ্বান জনায়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱ ১০বজাত ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষণ দিয়ে।

দেশবাসীয়ে এতিয়াই লকডাউনৰ পৰা সকাহ নোপোৱাৰ কথা জানিবলৈ দি প্ৰধান মন্ত্ৰী মোদীয়ে সকলোৰে স্বাস্থ্যৰ কথা মনত ৰাখি তথা ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ পৰামৰ্শৰ আধাৰত লকডাউনৰ ম্যাদ অহা ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

Apply Now

দেশৰ এই জটিল পৰিস্থিতিত সকলোকে একগোট হৈ কৰ’নাৰ বিৰুদ্ধে যুঁজ চলাই যোৱাৰ আহ্বান জনায় প্ৰধান মন্ত্ৰীয়ে।

আনহাতে, কৰ’না মোকাবিলাৰ ক্ষেত্ৰত সাতটা পদক্ষেপ গ্ৰহণ কৰিবলৈকো তেওঁ আহ্বান জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা সেই সাতটা পদক্ষেপঃ-

১, প্ৰধান মন্ত্ৰীয়ে ঘৰৰ বয়সস্থসকলৰ প্ৰতি বিশেষ যতন ৰখাৰ অনুৰোধ জনায়। বিশেষকৈ যিসকলে পূৰ্বৰে পৰা অসুস্থতাত ভূগী আছে তেওঁলোকক নিৰাপদে ৰখাৰ বাবে তেওঁ আহ্বান জনায়।

২. তেওঁ লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ নিৰ্দেশ দিয়ে। ঘৰতে বনোৱা কাপোৰৰ মাস্ক পৰিধান কৰাৰো পৰামৰ্শ দিয়ে প্ৰধান মন্ত্ৰী মোদীয়ে।

৩. শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আয়ুস মন্ত্ৰ্যালয়ৰ পৰা যি নিৰ্দেশনা দিয়া হৈছে সেয়া মানি চলাৰো পৰামৰ্শ দিছে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

৪. প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰত্যেককে মোবাইলত Arogya Setu এপ ডাউন কৰিবলৈকো অনুৰোধ জনাইছে।

৫. দেশৰ এই জটিল সন্ধিক্ষণত দেশখনৰ দৰিদ্ৰ লোকৰ কাষত থাকি তেওঁলোকৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ বাবেও প্ৰধান মন্ত্ৰীয়ে অনুৰোধ জনায়।

৬. প্ৰধান মন্ত্ৰীয়ে লগতে এই কঠিন সময়ত সংস্থাসমূহক কৰ্মচাৰীসকলক কামৰ পৰা যাতে বিতাৰিত নকৰে তাৰ বাবেও অনুৰোধ কৰে। মানুহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ তেওঁ অনুৰোধ কৰে।

৭. প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী, ছাফাইকৰ্মীসকলৰ প্ৰতি অসহিষ্ণু আচৰণৰ বিপৰীতে তেওঁলোকৰ কামৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd