• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ পূব গোৱালপাৰাত অগপ-কংগ্ৰেছৰ মাজত হ’ব মূল নিৰ্বাচনী যুঁজ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 22, 2018 8:17 am
Goalpara

ভেলাখামাৰ গাৱঁত অনুষ্ঠিত অগপৰ নিৰ্বাচনী সভা

243
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাৰ বিভিন্ন গাঁও পঞ্চায়তত ৰাজনৈতিক দলৰ লগতে একাংশ নিৰ্দ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। শেহতীয়াকৈ জিলাখনৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬০ নং মানিকপুৰ-ভেলাখামাৰ গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে ৷

গাঁও পঞ্চায়তখনত কংগ্ৰেছ আৰু অগপৰ মাজত মুল নিৰ্বাচনী যুঁজখন চলিব বুলি অনুমান কৰা হৈছে যদিও শেহতীয়াকৈ কংগ্ৰেছত সৃষ্টি হোৱা টিকট কেন্দ্ৰীক সংঘাতে অগপক লাভাম্বিত কৰিব বুলি একাংশই মন্তব্য কৰে।

সংখ্যালঘু অধ্যুষিত অঞ্চলটোত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেইবা শতাধিক লোকে দলে-বলে অগপত যোগদান কৰা ঘটনাই দলটোক অধিক শক্তিশালী কৰি তুলিছে।

উল্লেখযোগ্য যে অগপই বদাহপুৰ জিলা পৰিষদৰ সদস্য বাবে মুজাৰুল ইছলামক থিয় কৰোৱাৰ বিপৰীতে মানিকপুৰ-ভেলাখামাৰ পঞ্চায়ত সভানেত্ৰী পদৰ বাবে আঞ্জুৱাৰা বেগম আৰু আঞ্চলিক পঞ্চায়ত সদস্যা পদৰ বাবে তুহিন ৰহমানক থিয় কৰাইছে। আনহাতে কংগ্ৰেছৰ হৈ সভানেত্ৰী পদত নাজিয়া হুছেইন আৰু নিৰ্দ্দলীয় প্ৰাৰ্থী হিচাপে জায়েদা খাতুন আৰু আছমা বেগমে মনোনয়ন দাখিল কৰিছে।

যোৱা বুধবাৰে জিলাখনৰ ভেলাখামাৰ আৰু সকোমাৰী গাঁৱত দুখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ইয়াৰ সমান্তৰালভাৱে মৰণৈ গাঁও পঞ্চায়তটো দলটোয়ে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd