• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ত সাহিত্য উৎসৱ আৰম্ভ

চাজিদ খান by চাজিদ খান
February 26, 2019 5:05 pm
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থ মেলাৰ আলোকচিত্ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থ মেলাৰ আলোকচিত্ৰ

508
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ কিতাপ পঢ়াৰ আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ববিদ্যালয় সাহিত্য উৎসৱ।

তিনিদিনীয়া সাহিত্য উৎসৱখনি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ বেদী বাকৰিত অনুষ্ঠিত কৰা হৈছে।

সাহিত্য উৎসবৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাৰো আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড0 মৃদুল হাজিৰকাই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে। আনহাতে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিৰাজিৰে অনুষ্ঠিত কৰা প্ৰদৰ্শনীখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

 

গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰন্থমেলা আয়োজনৰ আলোকচিত্ৰ

সংবাদিক নিতুমণি শইকীয়াই উদ্বোধনী অনুষ্ঠানত অংশলৈ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এনে পদক্ষেপে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উত্তোৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি সস্তীয়া সাহিত্য চৰ্চা কৰি সাহিত্যিক হোৱাৰ বাসনা ত্যাগ কৰি অধ্যায়ন মুখি হৈ অসমীয়া সাহিত্যলৈ বৰঙণি যোগোৱাৰ বাবে আহ্বান জনায়।

সাহিত্য উৎসৱত গল্প, কবিতা লিখাৰ উপৰিও পোষ্টাৰ মেকিং, মুখা প্ৰস্তত কৰা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন জ্যোতি গগৈয়ে জানিব দিয়ে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ সাহিত্য অনুৰাগী সকলেও সাহিত্য উৎসৱলৈ এপাক আহি মনে বিছৰা কিতাপখনৰ সুবাস বিছাৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd