• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাজ্জ্বল ৰেভান্নাই ৪০০ মহিলাক ধৰ্ষণ কৰি ভিডিঅ’ বনাইছিল- কৰ্ণাটকত ৰাহুল গান্ধীৰ বিস্ফোৰণ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
May 2, 2024 6:39 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে ৰাহুল গান্ধী যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কৰ্ণাটকৰ জেডিএছৰ সাংসদ প্ৰাজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। বৃহস্পতিবাৰে শ্বিমোগাত অনুষ্ঠিত কংগ্ৰেছৰ মহাসভাত ৰাহুলে কয় যে, প্ৰাজ্জ্বলে কমেও ৪০০ গৰাকী মহিলাক ধৰ্ষণ কৰি সেই ভয়ংকৰ কাণ্ডবোৰৰ ভিডিঅ’ কৰি ৰাখিছিল।”

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিৰ বাবে প্ৰচাৰ চলোৱাৰ বাবে ৰাহুলে নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লয়। ৰাহুলে কয়, “এজন ধৰ্ষণকাৰীৰ বাবে প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে।” যোৱা সপ্তাহত প্ৰাজ্জ্বলৰ যৌন আচৰণৰ ১৩০০ ভিডিঅ’ৰে ভৰা এখন পেন ড্ৰাইভ পোহৰলৈ আহিছিল। অভিযোগকাৰী বিজেপি নেতা দেৱৰাজ গৌড়াই দাবী কৰে যে বিগত পাঁচ বছৰ ধৰি হাছানৰ সাংসদগৰাকীয়ে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাইছিল আৰু ভিডিঅ’সমূহ নিজেই ৰেকৰ্ডিং কৰিছিল। দেৱৰাজে অভিযোগ কৰে যে তেওঁৰ পিতৃ ৰেৱন্নায়ো প্ৰাজ্জ্বলক সমৰ্থন কৰিছিল। প্ৰসংগক্ৰমে কৰ্ণাটকত এতিয়া জেডিএছ বিজেপিৰ মিত্ৰ। ফলত কংগ্ৰেছে পদ্ম শিবিৰৰ লগতে দেৱেগৌড়া পৰিয়ালকো লক্ষ্য কৰি লৈছে। বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে মোদী চৰকাৰে প্ৰজ্জলক বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰিবলৈ অনুমতি দিছিল।

ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে প্ৰাজ্জ্বলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্ত আৰম্ভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰি  পাছপ’ৰ্ট বাতিলৰ পৰামৰ্শ আগবঢ়াইছে৷

Recent News

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd