• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তিৰ নামত প্ৰতিবন্ধীক প্ৰতাৰণা: স্বাস্থ্য সেৱা সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান

বিজ্ঞাপন শুধৰণিৰ বাবে ৭ দিনৰ সময়সীমা, অন্যথা আন্দোলনৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 15, 2021 6:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো স্তৰৰ লোকৰ উন্নয়নৰ শ্ল’গানেৰে শাসনলৈ অহা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে নিযুক্তিৰ নামত প্ৰতিবন্ধী লোকক প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷

চৰকাৰ খনে দায়িত্ব লোৱাৰ পিছতে এবছৰত ১লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিব বুলি ঘোষণা কৰিছিল যদিও ৭মাহ উকলি যোৱাৰ পিছতো এটায়ো প্ৰতিবন্ধীক নিযুক্তি দিব নোৱাৰাতো চৰকাৰৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে৷

শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰতিবন্ধীৰ নিযুক্তি বিজ্ঞাপনৰ ক্ষেত্ৰত শ্ৰেণী বিভাজন কৰিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সম্পাদক নৃপেন মালাকাৰে৷

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনত প্ৰতিবন্ধী আইন ২০১৬ উলংঘন কৰা বুলি অভিযোগ কৰি আজি হেঙেৰাবাৰীস্হিত স্বাস্থ্য সেৱা সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবন্ধী সংগঠনটোৱে৷

স্মাৰক পত্ৰ প্ৰদান কৰি নৃপেন মালাকাৰে কয় “৭ডিচেম্বৰত বাতৰি কাকত যোগে HSE/APTT/68/p-ll/2019/9031 নম্বৰত স্বাস্থ্য বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ২৭২০টা পদ পূৰনৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও তাত প্ৰতিবন্ধী আইন ২০১৬ৰ ৩৪নং দফাৰ ৪শতাংশ আসন সংৰক্ষণৰ লগতে অসম চৰকাৰৰ ২০১৯ চনৰ ১০০পইন্ট ৰোস্তাৰ মতে দৃষ্টিহীন, শ্ৰৱণশক্তিহীন, অস্হি প্ৰতিবন্ধকতা আৰু অন্যান্য প্ৰতিবন্ধীতাৰ সংৰক্ষণৰ বাবে তাত স্পষ্টভাৱে উল্লেখ আছে৷

“কিন্তু এই সকলো নিয়ম জলাঞ্জলি দি বিভাগটোৱে যি বিজ্ঞাপন প্ৰকাশ কৰিলে তাত প্ৰতিবন্ধী সকলৰ শ্ৰেণী বিভাজন কৰি অনুসুচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি আৰু সাধাৰণ শ্ৰেণীত ভাগ ভাগ কৰাৰ ফলত প্ৰকৃত প্ৰতিবন্ধী যে নিযুক্তিৰ পৰা বঞ্চিত হব সেয়া নিশ্চিত৷” এইদৰে কয় মালাকাৰে।

গতিকে বিভাগে প্ৰকাশ কৰা বিজ্ঞাপনটো অহা ৭দিনৰ ভিতৰত শুধৰণি কৰি প্ৰকাশ কৰিবলৈ দাবী জনায় মালাকাৰে।

অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিছে সংগঠনটোৱে৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd