• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিহৰণকাৰী ঘটনা! গৰ্ভৱতী হৈ পৰা অবিবাহিতা যুৱতীৰ গাত জুই লগাই দিলে মাক আৰু ককায়েকে!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 29, 2023 12:36 pm
12k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী অবিবাহিত যুৱতী গৰ্ভৱতী হৈ পৰিল। গম পোৱাৰ পিছতে খঙত ফাটি পৰিল ঘৰৰ মানুহবোৰ। ইয়াতেই শেষ নহয়। অভিযোগ অনুসৰি, ছোৱালীজনীক তেওঁলোকে ওচৰৰ জংঘললৈ টানি লৈ গৈ গাত জুই লগাই দিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। শৰীৰৰ প্ৰায় ৭০ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁৰ অৱস্থা সংকটজনক। যোগীৰাজ্য উত্তৰ প্ৰদেশৰ ঘটনা এয়া।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ নৱাদা খুৰদ গাঁৱৰ বাসিন্দা। গাঁৱৰ এজন যুৱকৰ সৈতে তাইৰ প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োৰে মাজত নিয়মীয়াকৈ শাৰীৰিক সম্পৰ্ক ঘটিছিল। ইয়াৰ পিছতে ছোৱালীজনী গৰ্ভৱতী হয়।

লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?

খবৰটো শুনাৰ পিছত যুৱতীগৰাকীৰ মাক আৰু ককায়েক খঙত জ্বলি উঠে। অভিযোগ অনুসৰি, ইয়াৰ পিছতে যুৱতীগৰাকীক ওচৰৰ জংঘললৈ টানি লৈ যোৱা হয়। তাৰ পিছতে গাত পেট্ৰ’ল ঢালি জুই লগাই দিয়া হয়।

পিছত ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ শৰীৰৰ ৭০ শতাংশ জ্বলি গৈছে। অৱস্থা অতি সংকটজনক। চিকিৎসকে তেওঁক ডাঙৰ কোনো হাস্পাতালত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়কঃইয়াৰফোন, লকেট, স্ক্ৰু, ৰাখী কি যে নাছিল – পেট নহয় যেন মিউজিয়ামহে! স্তম্ভিত চিকিৎসক

ইপিনে, আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd