• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অতীত হ’ব ‘ইণ্ডিয়া’! জি-২০ সন্মিলনৰ নিমন্ত্ৰণী পত্ৰত ‘প্ৰেচিডেণ্ট অৱ ভাৰত’

এন ই নাও নিউজ , গুৱাহাটী by এন ই নাও নিউজ , গুৱাহাটী
September 5, 2023 1:54 pm
President of Bharat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি দেশৰ নামক লৈ ৰাজনৈতিক মহলত চলিছে যথেষ্ট জল্পনা-কল্পনা। মূলত: শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ লক্ষ্যৰে বিৰোধীয়ে গঠন কৰা মিত্ৰজোঁটক ‘ইণ্ডিয়া’ নামাকৰণ কৰাৰ পিছতে আৰম্ভ হৈছে এই চৰ্চা।

বিৰোধী মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ৰূপে ঘোষণা কৰাৰ পিছতে দেশৰ নাম পৰম্পৰাগতভাৱে চলি অহা ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’হে হ’ব লাগে বুলি ৰাজনৈতিক চৰ্চা আৰম্ভ কৰে বিজেপিয়ে। এক টুইট যোগে প্ৰথমে এই বিতৰ্ক আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এনে চৰ্চাৰ মাজতে এইবাৰ ইণ্ডিয়াৰ পৰিৱৰ্তে দেশক ভাৰত ৰূপে পৰিচয় দিয়াৰ আনুষ্ঠানিকতাৰ দিশে আগবাঢ়িছে। এই দিশত প্ৰথমটো পদক্ষেপ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিক ‘প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ ৰূপে সম্বোধন কৰা হৈছে।

চলিত সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতিসকলক আমন্ত্ৰণৰ বাবে প্ৰেৰণ কৰা পত্ৰত আনুষ্ঠানিকভাৱে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ শব্দটো ব্যৱহাৰ কৰা হৈছে।

mvc2456o

এই কাৰ্য স্বাভাৱিকতেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ নামকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন হিচাপে বিবেচিত হৈছে। এই কাৰ্যৰ সমৰ্থনত প্ৰশাসনিক বিষয়াসকলে যুক্তিও আগবঢ়াইছে। তেওঁলোকৰ মতে, দেশৰ সংবিধানতো “ভাৰত” শব্দটো আছে।

ইফালে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ এ এতিয়া সৃষ্টি কৰিছে ৰাজনৈতিক বিতৰ্কৰ। বিজেপিয়ে এই পদক্ষেপক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধীয়ে এনে পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক টুইট যোগে এই প্ৰসংগ উল্লেখ কৰে।

ৰমেশে সংবিধানৰ ১ নং অনুচ্ছেদ এতিয়া পৰিৱৰ্তন হ’ব বুলি আঙুলিয়াই দি ভাৰতৰ সংঘীয় চৰিত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে।

So the news is indeed true.

Rashtrapati Bhawan has sent out an invite for a G20 dinner on Sept 9th in the name of ‘President of Bharat’ instead of the usual ‘President of India’.

Now, Article 1 in the Constitution can read: “Bharat, that was India, shall be a Union of States.”…

— Jairam Ramesh (@Jairam_Ramesh) September 5, 2023

লক্ষণীয়ভাৱে, মাত্ৰ দুদিন পূৰ্বে দেশক ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত বুলি নামাকৰণ কৰাৰ পৰামৰ্শ দিছিল শাসকীয় বিজেপিৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। এতিয়া আৰ এছ এছৰ এই পৰামৰ্শই কাৰ্যত: প্ৰতিষ্ঠিত হোৱাৰ দিশে বুলি চৰ্চা আৰম্ভ হৈছে।

এন ই নাও নিউজ , গুৱাহাটী

এন ই নাও নিউজ , গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd