• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী বিচাৰি নাপালে বিজেপিয়ে! বীৰেন সিঙৰ পদত্যাগৰ পিছত মণিপুৰত জাৰি ৰাষ্ট্ৰপতি শাসন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2025 8:06 pm
207
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ তিনিদিন পিছতো এন বীৰেণ সিঙৰ উত্তৰাধিকাৰী সন্দৰ্ভত কোনো ঐক্যমত নোহোৱাত ৰাজ্যখনক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনা হৈছে।

সংবিধানৰ ১৭৪(১) অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যিক বিধানসভাসমূহ শেষ বৈঠকৰ পৰা ছমাহৰ ভিতৰত আহ্বান কৰিব লাগিব। মণিপুৰত ২০২৪ চনৰ ১২ আগষ্টত বিধানসভাৰ অন্তিমখন অধিৱেশন অনুষ্ঠিত হোৱাৰ বাবে বুধবাৰে ইয়াৰ পৰৱৰ্তী বৈঠকৰ অন্তিম তাৰিখ আছিল।

অৱশ্যে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশন ৰাজ্যপাল অজয় ​​ভল্লাই বাতিল কৰে।

তেওঁৰ চৰকাৰখনে অনাস্থা প্ৰস্তাৱ আৰু গুৰুত্বপূৰ্ণ ফ্ল’ৰ টেষ্টৰ সন্মুখীন হোৱাৰ মাত্ৰ এদিন পূৰ্বে সিঙে পদত্যাগ কৰিছিল। এক ৰাজনৈতিক পতনৰ আগতেই!

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত মণিপুৰত গোষ্ঠীগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰায় দুবছৰৰ পাছত আৰু তেওঁক অপসাৰণৰ বাবে ধাৰাবাহিকভাৱে দাবী জনাই অহা বিৰোধীৰ হেঁচা বৃদ্ধি পোৱাৰ মাজতে তেওঁ পদত্যাগ কৰে।

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd