• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০০ এমএল হেণ্ড চেনিটাইজাৰ বটলৰ মূল্য ১০০ টকাতকৈ অধিক হ’ব নোৱাৰিব : চৰকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2020 9:19 am

1 min read

Men bought 17000 bottles of sanitiser to sell at high cost, now struggling to sell

হেণ্ড চেনিটাইজাৰ

15.5k
VIEWS
Share on FacebookShare on Twitter

উপভোক্তা মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাশ পাছোৱানে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ২০০ মিলিলিটাৰ হেণ্ড চেনিটাইজাৰ বটলৰ মূল্য ১০০ টকা নিৰ্ধাৰণ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে।

আনহাতে, ২ প্লাই চাৰ্জিকেল মাস্কৰ মূল্য ৮ টকা আৰু ৩ প্লাই চাৰ্জিকেল মাস্কৰ মূল্য ১০ টকা নিৰ্ধাৰণ কৰিছে।

এই মূল্য ৩০ জুন পৰ্যন্ত বাহাল থাকিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰিছে।

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ পৰিৱৰ্তে কোনো অসাধূ ব্যৱসায়ীয়ে অধিক মূল্যত চেনিটাইজাৰ আৰু মাস্ক বিক্ৰী কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। আজি ৰাতিপুৱালৈ এই সংখ্যাই ২৩৬ অতিক্ৰম কৰিছে।

সময় থাকোতে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে ভবিষ্যতে ভাৰতে অধিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থায়ো ভাৰত, বাংলাদেশ, পাকিস্তান আদিৰ দৰে দেশক পূৰ্বতে সজাগ হৈ থাকিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd