• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূটীয়া প্ৰধান মন্ত্ৰীৰ আমন্ত্ৰণত অতি সোনকালে ভূটান ভ্ৰমণলৈ যাব নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2019 2:57 pm
modi-tshering

নতুন দিল্লীত ভাৰত আৰু ভূটানৰ প্ৰধান মন্ত্ৰী

1.3k
VIEWS
Share on FacebookShare on Twitter

দ্বিতীযটো কাৰ্য্যকালৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীয়ে নতুন চৰকাৰৰ প্রথমটো বিদেশ ভ্ৰমণ সূচীলৈ ভূটানলৈ উৰা মৰাৰ সম্ভাৱনা আছে। ভাৰত আৰু ভূটান দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত ঠিক হোৱা এটা তাৰিখত মোদীয়ে ভূটান ভ্ৰমণ কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ডা০ ল’তে’ চেৰিঙৰ মাজত অনুষ্ঠিত হোৱা এখন বৈঠকৰ পাছত মোদী ভূটান ভ্ৰমণলৈ যোৱাটো নিশ্চিত হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰধান মন্ত্ৰীলৈ ভূটান ভ্ৰমণৰ বাবে প্ৰস্তাৱ আহিছিল যদিও মোদীয়ে এটা সমিলমিল দিনত দেশখনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। পাহাৰীয়া দেশখনৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে মোদীৰ শপত গ্ৰহণ অনুষ্ঠান উপস্থিত থকাৰ বাবে ভাৰত ভ্ৰমণ কৰে।

দুয়োখন দেশৰ প্ৰধান মন্ত্ৰীয়ে দেশ দুখনৰ মাজত বন্ধুত্ব, পাৰস্পৰিক বুজাবুজি, সন্মান আদিৰ ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভবিষ্যেও দুয়োখন দেশে সহযোগিতাৰে বিকাশৰ কাৰণে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰধান মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ভূটানৰ প্ৰধান মন্ত্ৰীৰ লগতে বিমষ্টেক দেশ কিৰ্গিষ্টান, মৰিচাছ আদি দেশৰ ৰাষ্ট্ৰ প্ৰধান সকলে অংশগ্ৰহণ কৰে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd