• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Video|| আধাৰশিলা, প্ৰকল্প মুকলিৰে মণিপুৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ মোদীৰ

চভাপতি চামম by চভাপতি চামম
January 4, 2019 4:34 pm
240
VIEWS
Share on FacebookShare on Twitter

৮টা প্ৰকল্প মুকলিৰ লগতে আন কেইবাটাৰো আধাৰশিলা স্থাপনেৰে মণিপুৰত শুকুৰবাৰে বিজেপিৰ ’১৯ৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰেত সংহত তালাচী চকী, মেৰাওৰিত এটা বান্ধৰ লগতে নিৰ্বাচনী সভাখনত মোদীয়ে মুকলি কৰা আন প্ৰকল্পকেইটা হৈছে ইম্ফল ইস্তত ভাৰতীয় খাদ্য নিগমৰ এটা গুদাম, উখৰুল জিলাত এটা জলভাণ্ডাৰ, চুৰাচান্দপুৰ জিলাত এটা নৱীকৃত জল যোগান প্ৰকল্প, কাংপকপি জিলাত এটা ইক’ টুৰিজম ভৱন আৰু উখৰুলৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এটা পানী যোগান আঁচনি।

একেখন সভাতে মোদীয়ে আধাৰশিলা স্থাপন কৰা ৪টা প্ৰকল্প হ’ল ইম্ফলৰ ধানামাঞ্জুৰি বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ইম্ফল ৱে’স্ত জিলাৰ এখন ফুটবলৰ ফিল্দৰ এস্ত্ৰ’ তাৰ্ফ, ৪০০ কে’ভি ক্ষমতাসম্পন্ন শিলচৰ-ইম্ফল বিদ্যুৎ পৰিবাহী লাইন, খুমান লুপাক ক্ৰীড়া প্ৰকল্পত দুটা ফ্লাদ লাইট ব্যৱস্থা।

প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপনৰ পিছতে ইম্ফলৰ জনসভাত প্ৰায় ৩৫ মিনিটৰ ভাষণ প্ৰদান কৰে মোদীয়ে।

ইফালে ইম্ফলৰ ৰাজীৱ ভৱনত এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিৰোধী কংগ্ৰেছৰ দলপতি অ’ক্ৰাম ইববি সিঙে মোদী আৰু বিজেপিৰ পৰা পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰে।

অন্যান্য প্ৰতিশ্ৰুতিৰ লগতে ৰাজ্যখনৰ কৰ্মচাৰীসকলক ৭ম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদানৰ ঘোষণা সন্দৰ্ভতো প্ৰশ্ন তুলিছে কংগ্ৰেছে।

ইফালে মণিপুৰৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহে মোদীৰ ভ্ৰমণ বয়কট কৰাৰ ফলত ৰাজধানী চহৰ ইম্ফলৰ বাট-পথ শূন্য হৈ পৰা পৰিলক্ষিত হয়।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd