• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

Video|| আধাৰশিলা, প্ৰকল্প মুকলিৰে মণিপুৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ মোদীৰ

চভাপতি চামম by চভাপতি চামম
January 4, 2019 4:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮টা প্ৰকল্প মুকলিৰ লগতে আন কেইবাটাৰো আধাৰশিলা স্থাপনেৰে মণিপুৰত শুকুৰবাৰে বিজেপিৰ ’১৯ৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰেত সংহত তালাচী চকী, মেৰাওৰিত এটা বান্ধৰ লগতে নিৰ্বাচনী সভাখনত মোদীয়ে মুকলি কৰা আন প্ৰকল্পকেইটা হৈছে ইম্ফল ইস্তত ভাৰতীয় খাদ্য নিগমৰ এটা গুদাম, উখৰুল জিলাত এটা জলভাণ্ডাৰ, চুৰাচান্দপুৰ জিলাত এটা নৱীকৃত জল যোগান প্ৰকল্প, কাংপকপি জিলাত এটা ইক’ টুৰিজম ভৱন আৰু উখৰুলৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এটা পানী যোগান আঁচনি।

Apply Now

একেখন সভাতে মোদীয়ে আধাৰশিলা স্থাপন কৰা ৪টা প্ৰকল্প হ’ল ইম্ফলৰ ধানামাঞ্জুৰি বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ইম্ফল ৱে’স্ত জিলাৰ এখন ফুটবলৰ ফিল্দৰ এস্ত্ৰ’ তাৰ্ফ, ৪০০ কে’ভি ক্ষমতাসম্পন্ন শিলচৰ-ইম্ফল বিদ্যুৎ পৰিবাহী লাইন, খুমান লুপাক ক্ৰীড়া প্ৰকল্পত দুটা ফ্লাদ লাইট ব্যৱস্থা।

প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপনৰ পিছতে ইম্ফলৰ জনসভাত প্ৰায় ৩৫ মিনিটৰ ভাষণ প্ৰদান কৰে মোদীয়ে।

ইফালে ইম্ফলৰ ৰাজীৱ ভৱনত এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিৰোধী কংগ্ৰেছৰ দলপতি অ’ক্ৰাম ইববি সিঙে মোদী আৰু বিজেপিৰ পৰা পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰে।

অন্যান্য প্ৰতিশ্ৰুতিৰ লগতে ৰাজ্যখনৰ কৰ্মচাৰীসকলক ৭ম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদানৰ ঘোষণা সন্দৰ্ভতো প্ৰশ্ন তুলিছে কংগ্ৰেছে।

ইফালে মণিপুৰৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহে মোদীৰ ভ্ৰমণ বয়কট কৰাৰ ফলত ৰাজধানী চহৰ ইম্ফলৰ বাট-পথ শূন্য হৈ পৰা পৰিলক্ষিত হয়।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd