• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 5:41 pm
135
VIEWS
Share on FacebookShare on Twitter

প্ৰিন্স হেৰীয়ে তেওঁৰ নতুন গ্ৰন্থখনত ব্ৰিটিছ ৰাজপৰিয়ালৰ বিষয়ে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।

তেওঁ তাত বৰ্ণনা কৰিছে যে কেনেদৰে তেওঁৰ জ্যেষ্ঠ ভাতৃ প্ৰিন্স উইলিয়ামে ২০১৯ চনত এক তৰ্কাতৰ্কিৰ সময়ত তেওঁৰ শৰীৰত আঘাত কৰিছিল।

ব্ৰিটিছ বাতৰি কাকত গাৰ্ডিয়ানৰ এক প্ৰতিবেদন অনুসৰি, এই মাহৰ শেষৰ ফালে প্ৰকাশিত হ’বলগীয়া হেৰীৰ কিতাপখনে ব্ৰিটিছ ৰাজপৰিয়ালৰ বিভিন্ন গোপন ৰহস্য প্ৰকাশ কৰিছে।

লগতে পঢ়ক: পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ভাৰত, চীন আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে তৈল বাণিজ্য

৩৮ বছৰীয়া হেৰীয়ে লিখিছে যে উইলিয়ামে লণ্ডনৰ ঘৰৰ পাকঘৰত মেগানৰ সৈতে হোৱা কাজিয়াৰ সময়ত তেওঁৰ চাৰ্টৰ কলাৰত ধৰিছিল।

হেৰীয়ে লিখিছে, “তেওঁ মোৰ চাৰ্টৰ কলাৰত ধৰিছিল, মোৰ নেকলেছডাল ছিঙি পেলাইছিল আৰু মোক মজিয়ালৈ পেলাই দিছিল।‘’

হেৰীয়ে লগতে লিখিছে যে তেওঁ এসময়ত এটা কুকুৰক খাদ্য দিয়া পাত্ৰত লাগি পিঠিত আঘাত পাইছিল।

লগতে পঢ়ক: দুলীয়াজানৰ পৰা ‘অপহৃত’নাবালিকাক বঙাইগাঁৱত উদ্ধাৰ

হেৰীয়ে গ্ৰন্থখনত লিখিছে যে এই ঘটনাৰ পিছত অনুতপ্ত হৈ পিছত উইলিয়ামে তেওঁৰ ঘৰ এৰিছিল। উইলিয়ামে পিছত ক্ষমাও বিচাৰিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd