DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুলীয়াজানৰ পৰা ‘অপহৃত’ নাবালিকাক বঙাইগাঁৱত উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 2:29 pm
100
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ পৰা অপহৃত হোৱাৰ অভিযোগ উঠা নাবালিকা ছোৱালীজনীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ পৰা উদ্ধাৰ কৰিছে। ১৭ বছৰীয়া কিশোৰীগৰাকীক আৰক্ষীয়ে বঙাইগাঁও জিলাৰ এটা চৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰে।

অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে জানিবলৈ দিয়ে “ডিব্ৰুগড়ৰ দুলীয়াজানৰ পৰা অপহৃত ছোৱালীজনী বঙাইগাঁৱত উদ্ধাৰ কৰা হৈছে আৰু পৰিয়ালক গতাই দিয়া হ’ব।‘’

যোৱা ১ জানুৱাৰীত দুলীয়াজান আৰক্ষী থানাত ‘অপহৃত’ ছোৱালীজনীৰ পিতৃয়ে এটা নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল।

লগতে পঢ়ক: মিছন বসুন্ধৰা: ‘খিলঞ্জীয়া অসুৰক্ষিত-বাংলাদেশীক সংস্থাপন’-দাবী উপমন্যু হাজৰিকাৰ

এজাহাৰত ‘অপহৃত’ ছোৱালীজনীৰ পিতৃ ভাৰত আগৰৱালে উল্লেখ কৰিছিল, “মোৰ ছোৱালী… ৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত টিউচনৰ বাবে গগৈ মাৰ্কেটলৈ গৈছিল। কিন্তু তাই ঘূৰি অহা নাছিল। তাই আনকি ফোন কলৰ সঁহাৰিও দিয়া নাই।”

নাবালিকাগৰাকীক অপহৰণ কৰা ব্যক্তিজনক বৰপেটা জিলাৰ বাসিন্দা এজন স্থানীয় হকাৰ জাহিদুল আলী বুলি চিনাক্ত কৰা হৈছে।

ভাৰত আগৰৱালে অভিযোগ কৰিছিল যে জাহিদুল আলীয়ে তেওঁৰ কন্যাক ‘অপহৰণ’ কৰিছিল, কিয়নো তেওঁৱো সেইদিনাৰ পৰা নিৰুদ্দেশ হৈছিল। কিন্তু ভাৰত আগৰৱালে এজাহাৰখনত জাহিদুল আলীৰ নাম উল্লেখ কৰা নাই।

লগতে পঢ়ক: অপহৰণৰ পিছত ধৰ্ষণ কৰি বিষ খুৱাই হত্যাৰ চেষ্টা কিশোৰীক! পলাতক অভিযুক্ত

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় আৰক্ষীক নাবালিকাগৰাকীৰ ‘অপহৰণ’ৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

Recent News

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd