প্ৰায় ১৬৭কোটিৰ প্ৰাসাদোপম অট্টালিকালৈ যাবলৈ সাজু প্ৰিয়ংকা-নিক

দ্য ছান ইউ এছৰ এক প্ৰতিবেদন অনুসৰি প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ লছ এঞ্জেলছৰ ঘৰলৈ স্থানান্তৰিত হ’বলৈ সাজু হৈছে।ইতিমধ্যে ২কোটি ডলাৰৰ ঘৰটোৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷

লগতে পঢ়ক: মণিপুৰ মোদী চৰকাৰৰ সুশাসনৰ এটা জ্বলন্ত উদাহৰণ নেকি?-প্ৰশ্ন অসম নাগৰিক সমাজৰ

২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা প্ৰিয়ংকা আৰু নিক ২০২৪ চনৰ জানুৱাৰী মাহত দুবছৰীয়া কন্যা মালতী মেৰী চোপ্ৰা জ’নাছৰ সৈতে হলিউড হিলছৰ অট্টালিকাত বাস কৰে।

লগতে পঢ়ক: কৰ্ণাটক বিজেপিত মোক্ষম আঘাত!বিজেপিৰ প্ৰাক্তন মন্ত্ৰীয়ে যোগ দিলে কংগ্ৰেছত

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পেজ ছিক্স প্ৰতিবেদন অনুসৰি প্ৰিয়ংকা আৰু নিক তেওঁলোকৰ এল এৰ ঘৰৰ পৰা বিশেষ অসুবিধাৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছিল৷খবৰ অনুসৰি দম্পতীহালৰ লছ এঞ্জেলিছস্থিত মেনচনত সাতটা বেডৰুম, নটা বাথৰুম, এটা বৃহৎ পাকঘৰ, এটা উষ্ণতা নিয়ন্ত্ৰিত ৱাইন ৰুম, এখন ইনড’ৰ বাস্কেটবল ক’ৰ্ট, এটা হোম থিয়েটাৰ, এটা লাউঞ্জ, এটা ষ্টীম শ্বাৱাৰৰ সৈতে স্পা, এটা চাৰ্ভিচ জিম আৰু বিলিয়াৰ্ডছ ৰুম আছে।

লগতে পঢ়ক:  `আমি পাকিস্তানত আছো নেকি?’ কানাড়া ভাষাত কথা কোৱাৰ বাবেই আক্ৰমণৰ বলি অভিনেত্ৰী!