• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 6:48 pm
প্ৰিয়ংকা চোপ্ৰা।

প্ৰিয়ংকা চোপ্ৰা।

18.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰিয়ংকা চোপ্ৰাক এতিয়া বলীউডত বিশেষ দেখা পোৱা নাযায়। ‘দেশী গাৰ্ল’ হিচাপে পৰিচিত এইগৰাকী অভিনেত্ৰীয়ে পশ্চিমীয়া বিশ্বত যি সফলতা লাভ কৰিছে সেয়া এক কথাত ঈৰ্ষণীয়! মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰি লাইমলাইটলৈ অহাৰ পিছত বলীউডত অভিষেক ঘটিছিল। কিন্তু ৰূপালী পৰ্দাৰ জগতখনত তেওঁৰ যাত্ৰা সহজ নাছিল। এবাৰ এখন ছবিৰ শ্বুটিঙৰ সময়ত এজন পৰিচালকে ‘প্ৰিয়ংকাৰ অন্তৰ্বাস চাব বিচাৰিছিল’। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ সেই তিক্ত অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে।

পৰিচালকগৰাকীৰ আপত্তিজনক আচৰণৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে সেই মুহূৰ্তটো আছিল ‘অমানৱীয়’। প্ৰিয়ংকাই পৰিচালকৰ নাম বা ছবিখনৰ নাম প্ৰকাশ কৰা নাই। অৱশ্যে ২০০২-০৩ চনত এই কাণ্ডৰ সন্মুখীন হোৱা বুলিও তেওঁ কয়। ছবিখনত তেওঁ ‘আণ্ডাৰকাভাৰ এজেণ্ট’ৰ চৰিত্ৰত অভিনয় কৰিছিল।

লগতে পঢ়ক: মহানগৰীৰ খাৰঘূলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত ২ জনৰ মৃত্যু, বিধ্বস্ত ৪০ টাৰো অধিক ঘৰ

‘দ্য জ’ ৰিপ’ৰ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, ‘২০০২-০৩ চনৰ কথা, মই এটা আণ্ডাৰকাভাৰ চৰিত্ৰত অভিনয় কৰি আছিলো আৰু মই এজন মানুহক প্ৰলোভিত কৰিবলৈ লৈছিলো – আণ্ডাৰকাভাৰত থাকিলে সেইটোৱেই কৰিবলগীয়া হয়, ই স্বাভাৱিক। এটা মুহূৰ্তত মোৰ কাপোৰ খুলিব লগা হ’ল।মই  কেইবাটাও পোছাক পিন্ধিব বিচাৰিছিলো। কিন্তু পৰিচালকে ক’লে, মই অন্তৰ্বাস চাব বিচাৰো। নহ’লে কোনোৱে ছবিখন চাবলৈ কিয় আহিব?’

তাৰ পাছত প্ৰিয়ংকাই কয়, ‘তেওঁ কেৱল মোকেই এই কথা কোৱা নাছিল। এই নিৰ্দেশনা তেওঁ মোৰ ষ্টাইলিষ্টক দিছিল। সেই মুহূৰ্তটো আছিল অতি অমানৱীয়। ভাৱ হৈছিল মোৰ শিল্পকলা গুৰুত্বপূৰ্ণ নহয়, মোক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেয়াহে গুৰুত্বপূৰ্ণ আছিল। মই কি কাম কৰিব পাৰিম সেইটো নহয়।‘ সেই ছবিখনত দুদিন কাম কৰাৰ পিছত প্ৰিয়ংকাই ছবিখন এৰি থৈ আহে।

পিছত পিতৃ অশোক চোপ্ৰাৰ নিৰ্দেশত প্ৰিয়ংকাই সেই দুদিনত তেওঁৰ নামত প্ৰডাকচন কোম্পানীটোৱে খৰচ কৰা সকলো টকা ঘূৰাই দিয়ে। লগতে পাৰিতোষিকৰ আগতীয়াকৈ লোৱা ধন ঘূৰাই দিয়ে। ইয়াৰ পূৰ্বে প্ৰিয়ংকাই তেওঁৰ আত্মজীৱনী ‘আনফিনিছ’ত এই ঘটনাৰ কথা উল্লেখ কৰিছে।

লগতে পঢ়ক: অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী

অভিনেত্ৰীগৰাকীৰ মতে, সেই পৰিচালকৰ চকুৰে কাম কৰি যোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল। সেই ছবিখন এৰি যোৱাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে আন এখন ছবিৰ চেটত পৰিচালকজনক লগ পাইছিল। পৰিস্থিতি ইমানেই হাতৰ বাহিৰলৈ যাবলৈ ওলাইছিল যে সেই মুহূৰ্তটো চম্ভালিবলৈ ছলমান খানে হস্তক্ষেপ কৰিবলগীয়া হৈছিল।

Recent News

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd