• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত বোকাখাতত প্ৰতিবাদ, ৰাষ্ট্ৰীয় পথ অৱৰোধ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 25, 2020 2:37 pm
IMG_20200925_121112

ফটো: নৰ্থইষ্ট নাও

422
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষক বিৰোধী আইনৰ বাবে সমগ্ৰ দেশজুৰি চলা গণ আন্দোলনৰ কাৰ্যসুচী আজি বোকাখাততো ৰূপায়িত কৰা হয় ৷

বিজেপি চৰকাৰে গ্ৰহণ কৰা তিনিখন বিধেয়কৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভাৰ দ্বাৰা আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই কৃষক সংঘৰ্ষ সমন্বয়ক সমিতিৰ উদ্যোগত আজি বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় গণনাট্য সংঘ, আদিবাসী কৃষক সমাজে বোকাখাতত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

বোকাখাত নগৰৰ মাজ মজিয়াত ৰূপায়ন কৰা এই কাৰ্যসুচীত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাত প্ৰায় দুঘণ্টা ধৰি বোকাখাতত উজনি-নামনিৰ পথ যোগাযোগ ব্যাহত হৈ পৰে।

প্ৰতিবাদস্থলীত বোকাখাতৰ দণ্ডাধীশ উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে দণ্ডাধীশৰ হাতত কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে ৷

শেষত জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ, প্ৰনৱ দলে আৰু নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক যুটীয়া সম্পাদক বলো বৰাৰ নেতৃত্বত বোকাখাতৰ ৰাজপথত প্ৰতিবাদকাৰীসকলে সমদল উলিয়ায়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd