• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ ভূমি বেদখল কৰি চীনৰ প্ৰকল্প, প্ৰতিবাদত উত্তাল নেপাল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 23, 2022 6:05 pm
147
VIEWS
Share on FacebookShare on Twitter

চীনে নেপালৰ বৃহৎ ভূমি দখল কৰি সেই স্থানত দেশ খনৰ পথ নিৰ্মাণ কৰাৰ বিষয়কলৈ উত্তপ্ত হৈ পৰিছে নেপাল।

নেপালৰ জনতাই চীনৰ বেল্ট ৰোড ইনিছিয়েটিভ (বিআৰআই)কে ধৰি বিভিন্ন কাৰণত চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছে।

নেপালী সংবাদ মাধ্যমৰ উদ্ধৃতি দি আন্তৰ্জাতিক অধিকাৰ আৰু সুৰক্ষা মঞ্চই (আইএফএফআৰএএছ) হুমলা, গোৰ্খা, দৰচুলা, দোলাখা আৰু সিন্ধুপাল চক জিলাত চীনে ব্যাপক হাৰত ভূমি বেদখল কৰা বুলি অভিযোগ কৰিছে।

চীনে নেপালৰ হুমলা জিলাৰ সীমান্তৰ ১ কিলোমিটাৰ ভিতৰলৈ সোমাই আহি নিৰ্মাণ কাৰ্য চলাই আহিছে। বেইজিঙে নেপালৰ সাৰ্বভৌমত্ব বিপদাপন্ন কৰি তোলা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে। ঝাপা জিলাৰ স্থানীয় লোকে জিলা খনত চীনৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা ডামাক ক্লিন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ বিৰোধিতা কৰি আহিছে।

উল্লেখ্য ২০২১ চনৰ জুলাই মাহত চীনৰ প্ৰতি সদয় অলিয়ে নেপালৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত, বেইজিঙে হিমালয়ৰ দেশখনত নিজৰ প্ৰভাৱ বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিৰ মাজতে দেশ খনে নেপালৰ ভূমিত প্ৰৱেশ কৰি নিজৰ দখল সাৱস্ত্য কৰিবলৈ উঠি-পৰি লগা দেখা গৈছে।

Recent News

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

পাকিস্তান মানেই সন্ত্ৰাসবাদ! মুকলিকৈ ভাৰত বিৰোধী সভাত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

কলেজিয়ামৰ পৰামৰ্শত অনুমোদন! উচ্চতম ন্যায়ালয়ত ৩ জন ন্যায়াধীশ নিযুক্তি কেন্দ্ৰৰ

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

ৰণক্ষেত্ৰত পৰিণত মীৰপুৰ টেষ্ট! বাংলাদেশী বেটাৰৰ হেলমেট লক্ষ্য কৰি ঘুচি দক্ষিণ আফ্ৰিকাৰ স্পীনাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd