• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ ধৰ্ম পালন কৰাই কাল হ’ল! চুবুৰীয়াক চিকিৎসালয়লৈ নি ৩৯৫ দিন জেলত কটাবলগীয়া হ’ল মধ্যপ্ৰদেশৰ এজন যুৱকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 4:09 pm
85
VIEWS
Share on FacebookShare on Twitter

 অসমীয়াত এখাৰ কথা আছে উপকাৰিক অজগৰে খাই। এই আপ্ত বাক্যশাৰীত কোৱাৰ দৰে আনৰ উপকাৰ কৰিবলৈ গৈ বিপদত পৰিল মধ্য প্ৰদেশৰ এজন যুৱক। মাক-দেউতাক নোহোৱা, ঘৰ-বাৰি নাইকিয়া এজন ঠিকাভিত্তিক শ্ৰমিক ৰাজেশে এগৰাকী মহিলাক সহায় কৰিবলৈ গৈ এবছৰতকৈ অধিক সময় জেলত কটাবলগীয়া হয়।

ঘটনাক্ৰম অনুসৰি ১৬ জুন, ২০২৪ত এগৰাকী অসুস্থ চুবুৰীয়া মহিলাই ৰাজেশৰ পৰা সহায় বিচাৰিছিল। ৰাজেশে, মানৱতাৰ খাতিৰত, মহিলা গৰাকীক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি নিজৰ কামত লাগিল। সন্ধিয়া তেওঁ মহিলাগৰাকীৰ খবৰ ল’বলৈ হস্পিতাললৈ গ’ল, কিন্তু তাতেই তেওঁক মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

ৰাজেশে বাৰে বাৰে নিজৰ নিৰ্দোষীতাৰ কথা আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও কোনোৱে শুনাৰ নাছিল। এই অভিযোগত তেওঁ ৩৯৫ দিন জেলত কটোৱাৰ পিছত আদালতে নিৰ্দোষী বুলি ঘোষণা কৰিলে। তেওঁৰ প্ৰতিনিধিত্ব কৰা আদালত নিযুক্ত অধিবক্তা ৰীনা বৰ্মাই প্ৰমাণ কৰিলে যে মহিলাগৰাকীৰ মৃত্যু দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে হৈছিল, হত্যাৰ বাবে নহয়। তদুপৰি, আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰা নাছিল আৰু চিকিৎসা প্ৰতিবেদনতো ত্ৰুটি আছিল।

কিন্তু জেলৰ পৰা মুক্তি পোৱাৰ পিছতো ৰাজেশৰ দুখৰ অন্ত নহ’ল। সমাজে তেওঁক ‘হত্যাকাৰী’ বুলি চিহ্নিত কৰিলে, আৰু কোনেও তেওঁক কাম দিবলৈ ইচ্ছুক নহ’ল। তেওঁৰ ভনীয়েকও অসহায় হৈ পৰিছিল। আৰক্ষীয়ে তেঁওলোকৰ  পৰা আধাৰ আৰু মোবাইল ফোন ঘূৰাই দিয়াৰ বাবেও ৫০০ টকা বিচাৰিছিল, যিটো তাই দিব পৰা নাছিল।এনেধৰণৰ ঘটনাই বৰ্তমান সমাজব্যৱসস্থা আৰু ন্যায় ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙাই দেখুৱাইছে। ভাৰতীয় সমাজত দুখীয়া মানুহৰ জীৱন মূল্যহীন, সদায় এই শ্ৰেণীটো শোষিত, বঞ্চিত আৰু লাঞ্চিত হৈ আহিছে। এই ঘটনাই ভাৰতৰ সমাজ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd