• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 1:31 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ চৰকাৰৰ মন্ত্রী হৰপাল সিং চিমাই পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ স্বাস্থ্য সন্দর্ভত কিছু কথা সদৰী কৰিছে।

তেওঁ কয় যে, “পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান যোৱা দু-তিনি দিন ধৰি অসুস্থ আছিল। যোৱা নিশা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।”

মন্ত্ৰী হৰপাল সিঙে কয়, “আজি আমি তেওঁক লগ পালোঁ, তেওঁ সুস্থ। চিকিৎসকে তেওঁক আৰু দুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে।”

হৰপাল সিঙে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সৈতে পঞ্জাৱ আৰু জনসাধাৰণৰ পৰিস্থিতিৰ বিষয়ে কথা পাতিছিল।

তেওঁ কয় যে যেতিয়া মুখ্যমন্ত্ৰী সম্পূৰ্ণ সুস্থ হ’ব, তেতিয়া তেওঁ ৰাইজৰ মাজলৈ গৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষতিপূৰণ দিব।

তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানক মোহালীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।চিকিৎসালয়খনে জাৰি কৰা এক বিবৃতিত তেওঁ ক্লান্ত আৰু হৃদস্পন্দন লেহেমীয়া হোৱা বুলি উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভংগ হ’ল ১৬৪ বছৰীয়া অভিলেখ : চেৰাপুঞ্জীয়ে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ

ভংগ হ’ল ১৬৪ বছৰীয়া অভিলেখ : চেৰাপুঞ্জীয়ে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ

September 6, 2025 1:47 pm
অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

September 6, 2025 1:31 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযোগনামা দাখিল মেঘালয়ৰ এছ আই টিৰ

September 6, 2025 1:25 pm
“ভাৰতত কোনো হিন্দুক বিদেশী বুলি গণ্য কৰিব নোৱাৰি”: জাতিবিৰোধী মন্তব্য দিলীপ শইকীয়াৰ

“ভাৰতত কোনো হিন্দুক বিদেশী বুলি গণ্য কৰিব নোৱাৰি”: জাতিবিৰোধী মন্তব্য দিলীপ শইকীয়াৰ

September 6, 2025 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভংগ হ’ল ১৬৪ বছৰীয়া অভিলেখ : চেৰাপুঞ্জীয়ে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ

ভংগ হ’ল ১৬৪ বছৰীয়া অভিলেখ : চেৰাপুঞ্জীয়ে হেৰুৱালে ভাৰতৰ আদ্ৰতম স্থানৰ খিতাপ

September 6, 2025 1:47 pm
অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

অসুস্থ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান : চিকিৎসালয়ত ভৰ্তি

September 6, 2025 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd