• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 8:12 pm
66
VIEWS
Share on FacebookShare on Twitter

ওড়িশাৰ পুৰী জিলাৰ বালংগা অঞ্চলত তিনিজন অজ্ঞাত যুৱকে এগৰাকী ১৫ বছৰীয়া কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ এক নৃশংস ঘটনাই স্তম্ভিত কৰি তুলিছে। শনিবাৰে পুৱা প্ৰায় ৯ বজাত বায়াবৰ গাঁৱত কিশোৰীগৰাকী বন্ধুৰ ঘৰলৈ গৈ থকা সময়ত এই ঘটনা সংঘটিত হয়।  প্ৰাথমিক তদন্তৰ মতে, তিনিজন মটৰচাইকেলত উঠি অহা যুৱকে তেওঁক ভাৰ্গৱী নদীৰ পাৰত জোৰকৈ লৈ গৈ জ্বলনশীল পদাৰ্থ ঢালি জুই লগাই দিয়ে আৰু  ঘটনা স্থলীৰ পৰা পলায়ন কৰে। গুৰুতৰভাৱে জ্বলি যোৱা কিশোৰীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমে পিপিলী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, পৰৱৰ্তী সময়ত তেওঁক এইমছ ভুৱনেশ্বৰলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান যুৱতীগৰাকী  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

পুৰীৰ আৰক্ষী অধীক্ষক পিনক মিশ্ৰই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তেওঁ জনোৱা মতে, ফৰেন্সিক দল আৰু দুটা আৰক্ষী দলে অভিযুক্তক ধৰিবলৈ তৎপৰ হৈছে, যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা  নাই। স্থানীয় লোকে তথ্য দিবলৈ অনিচ্ছুক হোৱাৰ বাবে তদন্তত জটিলতাৰ সৃষ্টি হৈছে।

পিপিলী উপ-বিভাগীয় আৰক্ষী বিষয়া দেৱাশীষ মিশ্ৰই কয়, কিশোৰীগৰাকীৰ পিঠি, পেট আৰু শৰীৰৰ অন্য অংশত প্ৰায় ৭০ শতাংশ জ্বলাৰ চিহ্ন পোৱা গৈছে। তদন্তৰ বাবে ওচৰৰ চিচিটিভি ফুটেজৰ পৰীক্ষা চলি আছে। পুৰী জিলাৰ সংগ্ৰাহক চঞ্চল ৰাণাই ঘটনাটোক গুৰুত্বৰ সৈতে লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আৰু ভুক্তভোগীৰ পৰিয়ালক সম্পূৰ্ণ আইনী আৰু আৰ্থিক সহায়ৰ আশ্বাস দিছে।

Recent News

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd