DMCA.com Protection Status

মনোৰঞ্জন সম্পৰ্কীয় কেইটামান বহুবিকল্পীধৰ্মী প্ৰশ্নোত্তৰ

Welcome to your মনোৰঞ্জন সম্পৰ্কীয় কেইটামান বহুবিকল্পীধৰ্মী প্ৰশ্নোত্তৰ

১. 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী' ছবিখনৰ পৰিচালক কোন?

২) ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ' টকী' ছবি কোনখন আছিল ?

৩. ফলৰ পৰা তৈয়াৰী শীতলৰ পানীয় ‘ৰুহ আফজা’ প্ৰস্তুতকাৰী কোন ?

৪. ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পটভূমিত তলৰ কোনখন ছবিৰ পৰিৱেশ ?

৫. ______ ৰ এটা চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখন ‘S hatranj Ke Khiladi’ ।

৬) ভাৰতীয় চিনেমা তাৰকা ৰাহুল বসু ভাৰতৰ _____ ক্ৰীড়াৰ সৈতে জড়িত আছিল। ?

৭) ‘পাথেৰ পাঞ্চালী’ চিনেমাখনৰ পৰিচালনা ?

৮) মিছ ইণ্ডিয়া প্ৰতিযোগিতাত প্ৰতিযোগী প্ৰশিক্ষণ দিয়াৰ উপৰিও ১৯৭০ চনত জনপ্ৰিয় কুইজ শ্ব' আয়োজন কৰা অভিনেতাজনৰ নাম কি?

৯) ঐতিহাসিক ছবি ‘গান্ধী’ত কোনজন বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতাইও ভূমিকা পালন কৰিছিল ?

১০) তলৰ কোনজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক ২০১১ চনত ছুইজাৰলেণ্ডত ‘এম্বেছাদৰ অৱ ইন্টাৰলেকেন’ উপাধি দিয়া হৈছিল ?

Recent News