• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপোনাৰো আছে নেকি পাইলছৰ সমস্যা? এইকেইটা ঘৰুৱা উপায়েৰে দূৰ কৰক মলদ্বাৰৰ যন্ত্ৰণা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 19, 2024 8:11 pm
3.8k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি কোষ্ঠকানিষ্ঠ্যত ভুগি থাকিলে সেই সমস্যাই ধাৰণ কৰে এক ভয়ংকৰ ৰোগ। সেই ৰোগৰ নামেই পাইলছ। এই ৰোগৰ যন্ত্ৰণা কিমান সেয়া কেৱল আক্ৰান্ত ৰোগীয়েহে অনুভৱ কৰিব পাৰে।

মূলতঃ ভুল খাদ্যাভ্যাস আৰু এলেহুৱা জীৱনশৈলীৰ বাবে পাইলৰ আশংকা বৃদ্ধি পায়। পাইলৰ ফলত মলদ্বাৰত জ্বলাপোৰা হয়। মলদ্বাৰত প্ৰচণ্ড বিষ হোৱাৰ লগতে তেজো ওলাবলৈ ধৰে। শৌচ কৰাতো অতি পীড়াদায়ক হৈ পৰে।

সাধাৰণ চিকিৎসাৰ উপৰিও জীৱনশৈলীৰ প্ৰতি সচেতন হ’লে পাইলৰ পৰা ৰক্ষা পাব পাৰি।

সেয়ে আজি পাইলছ ৰোগী সকলৰ বাবে লৈ আহিছোঁ কেইটামান ঘৰুৱা দিহা –

শৰীৰত আঁহ বা ফাইবাৰৰ অভাৱ হ’লে মল ত্যাগ কৰাতো কঠিন হৈ পৰে। ফলত কোষ্ঠকাঠিন্য আৰু পাইলৰ সমস্যা বাঢ়ি যায়। গতিকে দৈনিক আহঁযুক্ত খাব লাগে। যিয়ে মলত্যাগত সহায় কৰে।

এলোভেৰা: এলোভেৰা কেৱল ছালৰ যত্নৰ বাবে নহয়। এলোভেৰাই পাইলৰ সমস্যা দূৰ কৰাতো সহায় কৰে। এলোভেৰাত জ্বলাপোৰা নিবাৰণকাৰী গুণ থাকে, যিয়ে অন্ত্ৰৰ জ্বলাপোৱা হ্ৰাস কৰাত সহায় কৰে। পায়ুপথত এলোভেৰাৰ জেল লগালে জ্বলাপোৰা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। পেট পৰিষ্কাৰ কৰিবলৈ এলোভেৰাৰ ৰসো খাব পাৰে।

পাইলৰ দ্বাৰা আক্ৰান্ত হ’লে মল পাৰ হ’বলৈ যথেষ্ট অসুবিধা হয়। গুহ্যদ্বাৰত তীব্ৰ বিষ আৰু পোৰণি হয়। এই বিষ কম কৰিবলৈ এখন বৰফৰ টুকুৰা টাৱেল এখনেৰে মেৰিয়াই দিনটোত কমেও ১৫ মিনিট সময় পায়ুপথত লগাব লাগে। এনে কৰিলে পোৰণি কমি যায়।

ভুল খাদ্যাভ্যাসৰ বাবে পাইলছ সমস্যা বাঢ়ে। গতিকে খোৱা-বোৱা খোৱাৰ ক্ষেত্ৰত সচেতন হ’ব লাগে। কোষ্ঠকাঠিন্য আৰু পাইলৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আঁহযুক্ত খাদ্য হিচাপে শাক-পাচলি, ফল-মূল আৰু গোটা শস্য খাব পাৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd