DMCA.com Protection Status

Bihu

Welcome to your Bihu

গুৱাহাটী লতাশিল খেলপথাৰত কেতিয়া প্ৰথমবাৰৰ বাবে বিহু উদযাপন কৰা হৈছিল?

মানুহৰ বিহু ব’হাগ মাহৰ কেই তাৰিখে পালন কৰা হয়?

বড়ো সকলে পালন কৰা ব’হাগী উৎসৱটোৰ নাম কি?

বিহুৰ আগদিনাক কি বুলি জনা যায়?

তলৰ কোনবিধ সঁজুলি তাঁত শালত ব্যৱহাৰ নহয়?

বিহুত নাচনীয়ে খোপাত ব্যৱহাৰ হোৱা কৰা কপৌ ফুলপাহৰ নাম কি?

মিচিং ভাষাত গণনাক কি বুলি কোৱা হয়?

ঢোলৰ সোঁফালে মাৰিৰে বজোৱা ছালখনক কি বুলি কয়?

বিহু নামৰ লগত তলৰ কোনটো বিষয়ৰ সম্পৰ্ক নাই?

তলৰ কোনজন ব্যক্তি বিহুৰ লগত বিশেষভাবে জড়িত নহয়?

Recent News