• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 1, 2025 8:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় কেবিনেটে তামিলনাডুত ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (৪৬.৭ কিমি) নিৰ্মাণত অনুমোদন জনাইছে। প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ডত (HAM) মুঠ ১,৮৫৩ কোটি টকাৰ মূলধনী ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।

বৰ্তমান মাদুৰাই, পৰমকুড়ী, ৰামনাথপুৰম, মাণ্ডাপাম, ৰামেশ্বৰম আৰু ধনুষকুড়ীৰ মাজৰ যোগাযোগ ব্যৱস্থা এতিয়াৰ ২-লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৮৭ (NH-87) আৰু সংশ্লিষ্ট ৰাজ্যিক ঘাইপথৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰিণতিত বিশেষকৈ ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু কৰিডৰৰ কাষৰীয়া মূল চহৰসমূহত অধিক যান-জঁটৰ সৃষ্টি হয়। এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ অৰ্থে প্ৰকল্পটোৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ৮৭-ৰ পৰমকুড়ীৰ পৰা ৰামনাথপুৰমলৈ প্ৰায় ৪৬.৭ কিলোমিটাৰ অংশ ৪-লেনলৈ উন্নীত কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানৰ কৰিডৰটো ভিৰ মুক্ত, সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা পৰমকুড়ী, সতীৰাকুড়ী, আচুন্দনভায়াল তথা ৰামনাথপুৰমৰ দৰে চহৰৰ ম’বিলিটি প্ৰয়োজনীয়তা পূৰণ হ’ব।

Apply Now

প্ৰকল্পটোৱে ৫ টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩৮, ৰাষ্ট্ৰীয় ঘাইপথ-৮৫, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬, ৰাষ্ট্ৰীয় ঘাইপথ-৫৩৬ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৩২) তথা ৩ টা ৰাজ্যিক ঘাইপথ (ৰাজ্যিক ঘাইপথ-৪৭, ৰাজ্যিক ঘাইপথ-২৯, ৰাজ্যিক ঘাইপথ-৩৪)-ক একত্ৰিতকৰণেৰে সমগ্ৰ দক্ষিণ তামিলনাডুৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও উন্নীতকৃত কৰিডৰটোৱে ২ টা প্ৰধান ৰেলৱে ষ্টেচন (মাদুৰাই আৰু ৰামেশ্বৰম), এটা বিমানবন্দৰ (মাদুৰাই) আৰু ২ টা সৰু বন্দৰ (পাম্বন আৰু ৰামেশ্বৰম)-ক সংযোগেৰে মাল্টি-মডেল সংহতিৰ বৰ্ধন ঘটাব, ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰীৰ সৰবৰাহ আৰু যাত্ৰীৰ আহ-যাহ ত্বৰান্বিত হ’ব।

সম্পূৰ্ণ হোৱাৰ লগে-লগে পৰমকুড়ী-ৰামনাথপুৰম অংশই আঞ্চলিক অৰ্থনৈতিক বিকাশ, প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাক সুদৃঢ়কৰণ, ৰামেশ্বৰম আৰু ধনুষকুড়ীলৈ পৰ্যটনৰ সম্প্ৰসাৰণ, বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ নতুন পথ মুকলিৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰকল্পটোৱে প্ৰায় ৮.৪ লাখ পাৰ্ছন-ডে’ৰ প্ৰত্যক্ষ আৰু ১০.৪৫ লাখ পাৰ্ছন-ডে’ৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব তথা ইয়াৰ জৰিয়তে আশে-পাশে থকা অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ প্ৰশস্ত হ’ব।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd