DMCA.com Protection Status

Quiz 06/08/2022

Welcome to your Quiz 06/08/2022

সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্রন্থ 'বনফুল'ৰ ৰচক কোন?

অসমৰ কোনটো তেল শোধনাগাৰ অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ?

কোন চনত ডিগবৈত খাৰুৱা তেল আবিষ্কাৰ কৰা হৈছিল ?

এছিয়াৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি ?

এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত?

সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি?

অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল ?

অসমৰ জনপ্ৰিয় নৃত্যবিধৰ নাম কি?

অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি?

গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

Recent News