• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2025 8:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমালোচকক যোগ্য প্ৰত্যত্তৰ দি ইংলেণ্ডৰ বিপক্ষে লীডছত অনুষ্ঠিত পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতে গিলে এক দৰ্শনীয় শতক অৰ্জন কৰিছিল। অৱশ্যে এই মেচখনত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰতীয় দল। লীডছ টেষ্টৰ পৰাজয়ে পিছে মনোবল হ্ৰাস কৰিব নোৱাৰিলে গিলৰ লগতে ভাৰতীয় দলৰ।

এতিয়া পুনৰ এডজবাষ্টন টেষ্টতো ভাৰতীয় দলে শক্তিশালী বেটিং প্ৰদৰ্শন দাঙি ধৰিছে। বিশেষকৈ অধিনায়ক গিলে পুনৰ এবাৰ ইংলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে থিয় দি দলক এক শক্তিশালী স্থিতিত উপনীত কৰাইছে। ধৈৰ্যশীল বেটিঙেৰে গিলে এডজবাষ্টনত অৰ্জন কৰিছে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক। এই দৰ্শনীয় ইনিংছটোৰে শুভমন গিলে কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে।

Apply Now

সমান্তৰালকৈ তেওঁ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নামত থকা এক অভিলেখো ভংগ কৰিছে। এডজবাষ্টনত আজি দ্বিশতক অৰ্জন কৰাৰ লগে লগে শুভমন গিল ইংলেণ্ডত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়ক তথা কোনো এছিয়ান টেষ্ট দলৰ অধিনায়ক ৰূপে পৰিগণিত হয়।

ইংলেণ্ডত দ্বিশতক অৰ্জন কৰা কেৱল মাত্ৰ তৃতীয়জন ভাৰতীয় ৰূপেও পৰিগণিত হয় গিল। তেওঁৰ পূৰ্বে সুনীল গাভাস্কৰ আৰু ৰাহুল দ্ৰাবিড়েহে কেৱল এই কৃতিত্ব অৰ্জন কৰিছে। এতিয়া গিলে এই দুয়োগৰাকী প্ৰাক্তন তাৰকাক অতিক্ৰম কৰি ইংলেণ্ডত সৰ্বাধিক স্ক’ৰৰ অভিলেখো নিজৰ নামৰ সন্নিৱিষ্ট কৰিছে। ইয়াৰ লগতে গিলে ২৫ বছৰ বয়সতে বিদেশী টেষ্ট শৃংখলাত ৩০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় অধিনায়কৰ কৃতিত্বও অৰ্জন কৰিছে।

ইফালে এডজবাষ্টনৰ খেলপথাৰত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক স্ক’ৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কোহলীৰ নামত। কোহলীয়ে ২০১৮ চনত এডজবাষ্টনত ১৪৯ ৰানৰ ইনিংছ খেলিছিল। গিলৰ পূৰ্বে কোহলীয়েই আছিল এই খেলপথাৰত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় অধিনায়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd