DMCA.com Protection Status

Quiz 20/08/2022

Welcome to your Quiz 20/08/2022

(১) প্রথম মহিলা এ চি এছ বিষয়াগৰাকী কোন আছিল?

(২) পৃথিৱীৰ সৰ্ববৃহৎ চি টি চি চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত?

(৩)আহোমৰ শেষ স্বাধীন ৰজা জনৰ নাম কি?

(৪) মাইলছ ব্ৰন্সনে প্রস্তুত কৰা অসমীয়া- ইংৰাজী অভিধানখনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

(৫) চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি আছিল?

(৬) অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে?

(৭) তলৰ কোনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

(৮) প্ৰথম অসমীয়া চলচ্চিত্র 'জয়মতী' কোন চনত নিৰ্মাণ কৰা হৈছিল?

(৯) জ্যোতি চিত্ৰবন কেতিয়া স্থাপন কৰা হৈছিল?

(১০) প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(১১) বড়ো ভাষাৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ?

(১২) মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

(১৩) আহোম যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম কি ?

(১৪) জোনাকী কোন চনত প্ৰকাশ পাইছিল?

(১৫) অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

(১৬) গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টান মিছনেৰীজনৰ নাম কি ?

(১৭) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথি খনৰ নাম কি?

(১৮) অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা

(১৯) অসম ক্রিকেট এছ চিয়েছন কোন চনত গঠন হৈছিল?

(২০) প্ৰথম অসমীয়া চতুর্দশপদী কবিতাটোৰ নাম কি ?

Recent News