DMCA.com Protection Status

Student Quiz 2023

Welcome to your Student Quiz 2023

১. বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ সদস্য দেশৰ সংখ্যা কিমান?

২. ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী মহিলা অভিনেত্ৰী কোন?

৩. One Day Wonder ৰ গ্ৰন্থখনৰ লেখক কোন?

৪. তথ্য জনাৰ অধিকাৰ আইন কেতিয়া বলবৎ কৰা হৈছিল?

৫. কোনজন ৰজাৰ দিনত আহোমৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল?

৬. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান ?

৭. ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো কি?

৮. তলৰ কোনখন ঠাইক ভাৰতৰ ‘চিলিকণ ভেলী’ বুলি কোৱা হয়?

৯. তলৰ কোনখন ৰাজ্যত পুৰুষৰ তুলনাত মহিলাৰ জনসংখ্যা বেছি?

১০. পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধপাত উৎপাদন কৰা দেশখন কি?

Recent News