• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিফল ৰাজীৱ ভৱন ঘেৰাও, আদবাটৰ পৰাই ওভতনি প্ৰতিবাদী বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2018 5:22 pm
Rafale deal: 'Rajib Bhavan gherao' by BJP fails in Asaam

গুৱাহাটীত বুধবাৰে বিজেপিৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী। ছবি- কল্পজ্যোতি শইকীয়া।

510
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি বৰ্তমান সৰ্বাধিক চৰ্চিত ‘ৰেফেল’ক লৈ ফেপেৰি পাতি ধৰা বিৰোধী কংগ্ৰেছৰ গুৱাহাটীস্থিত প্ৰাদেশিক কাৰ্য্যালয় ঘেৰাও কৰিবলৈ গৈ প্ৰশাসনৰ বাধাত বুধবাৰে আদবাটৰ পৰাই উভটিব লগা হ’ল বিজেপিৰ কেইবা হাজাৰ প্ৰতিবাদকাৰী।

ৰাজীৱ ভৱনৰ পৰা প্ৰায় আধা কি. মিটাৰ নিলগত খ্ৰীষ্টানবস্তিৰ হ’তেল গ্ৰেণ্ড ষ্টাৰলাইনৰ সন্মুখতে আৰক্ষীয়ে আবদ্ধ কৰে বিজেপিৰ প্ৰতিবাদী সমদলটো।

আৰক্ষী-প্ৰশাসনৰ বাধাত কিছুসময় ৰাজপথতে প্ৰতিবাদকাৰীসকল বহি পৰে, কিন্তু মহানগৰীৰ ব্যস্ত জি এছ ৰ’ড (শ্ৰীমন্ত শংকৰদেৱ পথ)ৰ যান-জঁটে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰাত অৱশেষত উভটিব লগীয়া হয় প্ৰতিবাদীসকল।

নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোক গণেশগুৰিতে বাধা দিয়াৰ প্ৰথমে চেষ্টা কৰিছিল মহানগৰ আৰক্ষীয়ে।

অৱশেষত ৰাজীৱ ভৱন ঘেৰাও নকৰাকৈয়ে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ ৰাফেল বিমান সম্পৰ্কত কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে আপত্তি সম্বলিত স্মাৰক পত্ৰ দি খ্ৰীষ্টানবস্তিৰ ভিতৰুৱা পথ এটা হৈ পুনৰ খেলপথাৰখনলৈ উভটি আহে প্ৰতিবাদী বিজেপি নেতা-কৰ্মীসকল।

শাসকীয় দলটোৰ নেতা-কৰ্মীৰ কাৰ্য্যসূচীত বাধা প্ৰদানৰ বাবে আৰক্ষীয়ে জি এছ ৰ’ডৰ দুই-তিনি ঠাইত কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল।

ইফালে বিজেপিৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ কেইবাশও কৰ্মীসহ অৱস্থান লৈছিল দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, নেত্ৰী ববিতা শৰ্মাকে ধৰি কেইবাগৰাকীও নেতাই।

Recent News

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd