• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিফল ৰাজীৱ ভৱন ঘেৰাও, আদবাটৰ পৰাই ওভতনি প্ৰতিবাদী বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 19, 2018 5:22 pm
Rafale deal: 'Rajib Bhavan gherao' by BJP fails in Asaam

গুৱাহাটীত বুধবাৰে বিজেপিৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্য্যসূচী। ছবি- কল্পজ্যোতি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি বৰ্তমান সৰ্বাধিক চৰ্চিত ‘ৰেফেল’ক লৈ ফেপেৰি পাতি ধৰা বিৰোধী কংগ্ৰেছৰ গুৱাহাটীস্থিত প্ৰাদেশিক কাৰ্য্যালয় ঘেৰাও কৰিবলৈ গৈ প্ৰশাসনৰ বাধাত বুধবাৰে আদবাটৰ পৰাই উভটিব লগা হ’ল বিজেপিৰ কেইবা হাজাৰ প্ৰতিবাদকাৰী।

ৰাজীৱ ভৱনৰ পৰা প্ৰায় আধা কি. মিটাৰ নিলগত খ্ৰীষ্টানবস্তিৰ হ’তেল গ্ৰেণ্ড ষ্টাৰলাইনৰ সন্মুখতে আৰক্ষীয়ে আবদ্ধ কৰে বিজেপিৰ প্ৰতিবাদী সমদলটো।

Apply Now

আৰক্ষী-প্ৰশাসনৰ বাধাত কিছুসময় ৰাজপথতে প্ৰতিবাদকাৰীসকল বহি পৰে, কিন্তু মহানগৰীৰ ব্যস্ত জি এছ ৰ’ড (শ্ৰীমন্ত শংকৰদেৱ পথ)ৰ যান-জঁটে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰাত অৱশেষত উভটিব লগীয়া হয় প্ৰতিবাদীসকল।

নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ গণেশগুৰিৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোক গণেশগুৰিতে বাধা দিয়াৰ প্ৰথমে চেষ্টা কৰিছিল মহানগৰ আৰক্ষীয়ে।

অৱশেষত ৰাজীৱ ভৱন ঘেৰাও নকৰাকৈয়ে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ ৰাফেল বিমান সম্পৰ্কত কংগ্ৰেছৰ দাবীৰ বিৰুদ্ধে আপত্তি সম্বলিত স্মাৰক পত্ৰ দি খ্ৰীষ্টানবস্তিৰ ভিতৰুৱা পথ এটা হৈ পুনৰ খেলপথাৰখনলৈ উভটি আহে প্ৰতিবাদী বিজেপি নেতা-কৰ্মীসকল।

শাসকীয় দলটোৰ নেতা-কৰ্মীৰ কাৰ্য্যসূচীত বাধা প্ৰদানৰ বাবে আৰক্ষীয়ে জি এছ ৰ’ডৰ দুই-তিনি ঠাইত কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল।

ইফালে বিজেপিৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ কেইবাশও কৰ্মীসহ অৱস্থান লৈছিল দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, নেত্ৰী ববিতা শৰ্মাকে ধৰি কেইবাগৰাকীও নেতাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd