• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা ৰাহুল দ্ৰাবিড়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 9:38 am
29.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা দিছে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে।

ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আই চি চিয়ে পৰিকল্পনা কৰা জৈৱ সুৰক্ষামূলক ব্যৱস্থাক অস্বাভাৱিক বুলি কয় প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে।

‘‘শেহতীয়া নিৰ্দেশনা অনুসৰি টেষ্টিং, কোৱাৰেণ্টাইন সকলো কৰা হ’ল কিন্তু টেষ্ট ক্ৰিকেটৰ দ্বিতীয় দিনটোত যদি এগৰাকী ক্ৰিকেটাৰ পজিটিভ পোৱা যায় তেন্তে পৰৱৰ্তী সময়ত কি হ’ব?’’ দ্ৰাবিড়ে প্ৰশ্ন কৰে।

টেষ্ট খেলৰ মাজতে এগৰাকী ক্ৰিকেটাৰক পজিটিভ পালে খেলখন সমাপ্ত ঘোষণা কৰা হ’ব নে সম্পুৰ্ণ শৃংখলাটো বাতিল কৰা হ’ব বুলিও দ্ৰাবিড়ে প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত সমগ্ৰ বিশ্বত ক্ৰীড়া প্ৰতিযোগিতা সমূহ বন্ধ হৈ আছে।

আই চি চিয়ে ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছিল।

আই চি চিৰ নিৰ্দেশনা অনুসৰি খেলুৱৈ সকলে কোনো শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্বে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব, ক’ৰ’নাৰ টেষ্টিং কৰিব লাগিব আৰু বলত কোনোধৰণৰ থু আদি লগাব নোৱাৰিব বুলি কোৱা হৈছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd