• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত ‘সকাহ’ পালে ৰাহুল গান্ধীয়ে! অমিত শ্বাহৰ মানহানিৰ গোচৰ স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 5:49 pm
140
VIEWS
Share on FacebookShare on Twitter

অৱশেষত উচ্চতম ন্যায়ালয়ত কিছু সকাহ পালে ৰাহুল গান্ধীয়ে। অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি মন্তব্য দিয়াৰ অভিযোগত বিজেপি নেতাই মানহানিৰ গোচৰ ৰুজু কৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে।

অৱশ্যে এতিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ শুনানি স্থগিত ৰাখিছে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু অভিযোগকাৰীলৈও জাননী জাৰি কৰিছে।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি আক্ৰমণ কৰিছিল। এনে মন্তব্যৰ পিছতে বিজেপি নেতা নবীন ঝাই কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে।

ৰাহুল গান্ধীয়ে প্ৰথমে ৰাঁচী দণ্ডাধীশ আদালতত গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়। কিন্তু ন্যায়াধীশে এই আবেদ নাকচ কৰি গোচৰটো পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লয়। আদালতে ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আদালত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

তাৰপিছত দণ্ডাধীশ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই গান্ধীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশ্যে তাতো সকাহ লাভ নকৰে ৰাহুল গান্ধীয়ে।

তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তেওঁ। এই গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠত অনুষ্ঠিত হয়। ৰাহুল গান্ধীৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায় অধিবক্তা অভিষেক মনু সিংভীয়ে। তেওঁ কয়, যাৰ বিষয়ে মন্তব্য কৰা হৈছে, তেওঁ গোচৰ ৰুজু কৰিব পাৰে। কিন্তু তৃতীয় পক্ষই কেনেকৈ গোচৰ ৰুজু কৰিলে? ইয়াৰ পিছত দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে গোচৰৰ শুনানিৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু আবেদনকাৰী নবীন ঝালৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। অহা চাৰি সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ছয় সপ্তাহৰ পিছত হ’ন বুলি জানিব পৰা গৈছে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd