• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিয়ে দুখন ভাৰতৰ সৃষ্টি কৰিছে — এখন ধনীৰ ,আন খন সাধাৰণ লোকৰ: ৰাহুল গান্ধী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 11, 2022 3:52 pm
rahulll
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দুখন ভাৰত সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে ভাৰতত দুটা শ্ৰেণী সৃষ্টি কৰিছে, সেয়া হৈছে এটা ধনী লোকৰ বাবে আৰু আনটো দৰিদ্ৰলোকৰ বাবে।

ৰাহুলে কয় যে দেশৰ বিশাল সম্পদ ৰাশি মাত্ৰ কেইজনমান ধনী লোকৰ হাতত এৰি দিয়া হৈছে। বিজেপিক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়— “গুজৰাট হৈছে একমাত্ৰ ৰাজ্য য’ত আমি প্ৰতিবাদ কৰিবলৈ অনুমতি ল’ব লাগিব। জিগনেশ মেৱানীক প্ৰতিবাদ কৰাৰ বাবেই তিনি মাহৰ কাৰাবাস বিহা হৈছে। মই ক’ব বিচাৰো যে তেওঁ ১০ বছৰৰ বাবে কাৰাগাৰত থাকিলেও, ই তেওঁৰ প্ৰতিবাদী সত্ত্বাক ধ্বংস কৰিব নোৱাৰে”।

৫ মে’ত গুজৰাটৰ এখন দণ্ডাধীশ আদালতে নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানী আৰু আন নজনক পাঁচ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত কৰিছিল আৰু তেওঁলোকক ৩ মাহৰ দণ্ড বিহিছিল। গুজৰাটৰ দাহোদ জিলাত অনুষ্ঠিত জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে ৰাজ্য খনৰ শাসকীয় দল বিজেপিক পোণপটীয়াকৈ আক্ৰমণ কৰে।
তেওঁ কয়— “২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। তাৰ আগতে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ গুজৰাটত যি কাম আৰম্ভ কৰিছিল এতিয়া দেশত কৰি আছে। ইয়াক গুজৰাট মডেল বুলি কোৱা হয়” ।
গুজৰাট মডেলৰ প্ৰসংগ উল্লেখ কৰি ৰাহুলে কয়— “আজি দুখন ভাৰত গঢ়ি তোলা হৈছে, ধনী সকলৰ বাবে এখন ভাৰত। এই খন ভাৰতত কেইজনমান নিৰ্বাচিত লোক, বিলিয়নেয়াৰ আৰু আমোলা আছে যাৰ ক্ষমতা আৰু ধন আছে। দ্বিতীয় ভাৰত সাধাৰণ লোকৰ”।

কংগ্ৰেছ নেতাজনে লগতে কয় যে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰে জনজাতীয় লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।

ৰাহুল গান্ধীয়ে কয়— “বিজেপি চৰকাৰে আপোনালোকক একো নিদিব, কিন্তু আপোনাৰ পৰা সকলো বোৰ কাঢ়ি নিব। জনজাতীয় লোকসকলে নিজৰ অধিকাৰ কাঢ়ি ল’ব লাগিব আৰু তেতিয়াহে আপোনালোকে আপোনালোকৰ অধিকাৰ লাভ কৰিব”।কংগ্ৰেছ নেতাজনে কৰোনা ভাইৰাছ মহামাৰীৰ মোকাবিলাক লৈ মোদীয়ে গ্ৰহণ কৰা স্থিতিকো সমালোচনা কৰে। মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়— “মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আপোনালোকক কাহী-বাটি বজাবলৈ কৈছিল।সেই সময়তে গুজৰাটত তিনি লাখ লোকৰ কোভিডত মৃত্যু হৈছিল। গংগা নদী মৃতদেহেৰে ভৰি পৰিছিল। কৰোনাভাইৰাছৰ ফলত দেশত ৫০ ৰ পৰা ৬০ লাখ লোকৰ মৃত্যু হৈছিল” ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd