• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি মণিপুৰৰ চকুলো মচিম – মোদীক প্ৰতুত্তৰ ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 5:59 pm
400
VIEWS
Share on FacebookShare on Twitter

নতুন বিৰোধী মিত্ৰজোঁট INDIA (Indian National Developmental Inclusive Alliance) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। 

মঙলবাৰে বিয়লি তেওঁ টুইটাৰত লিখিছে, “মোডী ডাঙৰীয়া, আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি INDIA’। আমি মণিপুৰৰ ঘাঁ ভাল কৰাত সহায় কৰিম, প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম। আমি মানুহৰ মাজত শান্তি আৰু প্ৰেম পুনৰ ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতীয়ত্বৰ মনোভাৱ পুনৰ নিৰ্মাণ কৰিম।” 

মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী জনাইছে INDIA ৰ সাংসদসকলে। সোমবাৰে পুৱা গ্ৰীষ্মকালীন অধিৱেশনৰ চতুৰ্থ দিন আৰম্ভ হোৱাৰ পূৰ্বে মোদীয়ে সংসদ ভৱনত বিজেপি সংসদীয় দলৰ বৈঠকত নিষিদ্ধ দুটা উগ্ৰপন্থী গোট ‘ভাৰতীয় মুজাহিদীন’ আৰু ‘ভাৰতৰ জনপ্ৰিয় মৰ্চাৰ’ৰ সৈতে ‘INDIA’ৰ তুলনা কৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগও উত্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁ বিৰোধীক ঠাট্টা কৰি কয় যে তিনিওটাৰ ক্ষেত্ৰতে ‘INDIA’ শব্দটো আছে।

মোডীৰ মন্তব্যৰ বাবেই মঙলবাৰে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী সাংসদসকলে। তেওঁলোকে দাবী কৰে যে প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যত তেওঁৰ ভয় প্ৰকাশ পাইছে’। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে, ‘পাটনা আৰু বেংগালুৰুত আমাৰ সফল বৈঠক দেখি প্ৰধানমন্ত্ৰী চিন্তিত হৈ পৰিছে। সেইবাবেই তেওঁলোকে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।” 

তৃণমূলৰ ৰাজ্যসভা সাংসদৰ ডেৰেক অ’ব্ৰাইনে মন্তব্য কৰে যে সংসদৰ অধিৱেশন চলি আছে। প্ৰধানমন্ত্ৰীয়ে যি ক’ব লাগে, তেওঁ অধিৱেশনলৈ আহি ক’ব পাৰে। চাৰিদিন ধৰি আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো। কিন্তু তেওঁ অধিবেশনলৈ নাহি নিজৰ দলৰ বৈঠকত এইদৰেই প্ৰলাপ বকি আছে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd