• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎকোচৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তাক, ৪০ লাখ টকাৰ গহণাৰ লগতে নগদ ৬৩ লাখ টকা উদ্ধাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 29, 2022 10:03 am
arrest-1579498383
150
VIEWS
Share on FacebookShare on Twitter

কথাতে আছে এশ গৰু মাৰিলে বাঘৰো মৰণ। ঠিক তেনে দশাই হ’ল এজন ৰে’লৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ।শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা (পিচিএমই)ক উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে। অভিযন্তাজনৰ ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংকত থকা জমা ধনৰ তথ্যৰ লগতে নগদ ২৩ লাখ,৪০ লাখ মূল্যৰ গহনা, ১৩ কোটি টকাৰ সম্পত্তিৰ তথ্যও পোৱা গৈছে।

মুখ্য যান্ত্ৰিক অভিযন্তাই ২,০০,০০০ আমেৰিকান ডলাৰ বিদেশৰ বেংকত জমা কৰিছিল। সংস্থাটোৰ মতে, কলকাতাস্থিত প্ৰতিষ্ঠানটোৰ কিছু বিল, ৰে’লৰ ঠিকা, কেন্দ্ৰীয় ৰেলৱেৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ আৰু পিচিএমইৰ ওচৰত বিচাৰাধীন হৈ আছিল। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেনে বিল আৰু ঠিকা মোকলাই দিয়াৰ নামত উৎকোচ দাবী কৰি আহিছিল।

প্ৰতিখন বিল মোকলাই দিবলৈ তেওঁ ১ লাখকৈ টকা উৎকোচ লৈছিল। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চিবিআইয়ে এটা গোচৰ পঞ্জীয়ন কৰি মুখ্য যান্ত্ৰিক অভিযন্তাজনৰ চৰকাৰী বাহনৰ চালক আব্দুল কালাম শ্বেখক গ্ৰেপ্তাৰ কৰিছিল।

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেওঁৰ বাহনৰ চলক আৰু আন লোকৰ জৰিয়তে উৎকোচৰ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে। আন এজন অভিযুক্ত আদিত্য তিবাৰৱালকো গ্ৰেপ্তাৰ কৰা হৈছে। চিবিআইয়ে উৎকোচৰ গোচৰটো সন্দৰ্ভত মুম্বাই, কলকাতা, গাজিয়াবাদ, নয়ডা, ডেৰাডুন আৰু দিল্লীকে ধৰি দহটা স্থানত তালাচী চলায়। গুপ্তাৰ চৌহদত তালাচীৰ সময়ত প্ৰায় ২৩ লাখ নগদ ধন আৰু প্ৰায় ৪০ লাখ টকা মূল্যৰ গহনা উদ্ধাৰ হয়।

চিচিবিআইয়ে যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd