• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিৱেশ নষ্ট হোৱাৰ আশংকা! দলবদ্ধ ধৰ্ষণৰ বলি ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা বিদ্যালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 4:55 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ আজমেৰৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। এই ছাত্ৰীগৰাকী বলি হৈছিল জঘন্য নিৰ্যাতনৰ। দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল ছাত্ৰীগৰাকী। এনে জঘন্য আতিশয্যৰ পিছত ছাত্ৰীগৰাকী সন্মুখীন হ’ল আন এক নিৰ্যাতনৰ।

ছাত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বিগত বছৰ দলবদ্ধ ধৰ্ষণ হোৱাৰ বাবে তেওঁ অধ্যয়ন কৰি থকা বিদ্যালয়খনে তেওঁক ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ ল’বলৈ অনুমতি দিয়া নাছিল।

ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকীৰ বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট কৰিব বুলি আশংকা কৰি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিয়াৰ লগতে তেওঁক ঘৰতে পঢ়িবলৈ পৰামৰ্শ দিয়া বুলি অভিযোগ উত্থাপন কৰে।

ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে শিশু কল্যাণ সমিতিলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ লগে লগে বিষয়টো পোহৰলৈ আহে। ছাত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অঞ্জলি শৰ্মাই সদৰী কৰিছে।

অঞ্জলি শৰ্মাই জানিবলৈ দিয়া মতে তেওঁ চাৰি মাহ পূৰ্বে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া আছিল ছাত্ৰীগৰাকী। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই তেওঁক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ড দিয়াৰ পৰা আঁতৰি থাকে।

পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ দিয়া হৈছে বুলি বিদ্যালয়খনে ছাত্ৰীগৰাকীক জানিবলৈ দিয়ে। ছাত্ৰীগৰাকীৰ এই পত্ৰৰ পিছতে অঞ্জলি শৰ্মাই  জিলা শিক্ষা বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰি বিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

লগতে ছাত্ৰীগৰাকীৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা শিক্ষা বিষয়াক আহ্বান জনায় শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অঞ্জলি শৰ্মাই ।

ইয়াৰ উপৰিও ছাত্ৰীগৰাকীক আইনী সহায় আগবঢ়োৱাৰ উদ্দেশ্যে শিশু কল্যাণ সমিতিয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ সৈতেও আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিয়ে অঞ্জলি শৰ্মাই।

Recent News

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd